July 4, 2026 10:55 AM
17
গামোচা আৰু আৰণাইৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান বিমল বৰাৰ
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই জি আই টেগ লাভ কৰা গামোচা আৰু আৰণাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ক...