August 22, 2026 2:00 PM
5
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু, কিশোৰ গুৰুতৰভাৱে আহত
তামুলপুৰৰ এন চি আঙাৰাকাটাৰ শিৱপুৰত যোৱানিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এটি কিশোৰ গুৰুতৰভাৱে আহত হয়। আমাৰ তামুলপুৰৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে বাসগৃহ আৰু গোহালি ভাঙি তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা বাচ...