বিশিষ্ট চিন্তাবিদ, সুবক্তা, লেখক হৃষিকেশ গোস্বামীক কথা ৰত্ন বঁটা প্ৰদান

গ্রীন মিছন বজালীৰ উদ্যোগত আজি পাঠশালাৰ নাট্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ, সুবক্তা, লেখক হৃষিকেশ গোস্বামীক কথা ৰত্ন বঁটা প্ৰদান কৰা হয়।

কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু বজালী জিলাৰ অভিভাৱক মন্ত্রী নীলিমা দেৱীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে হৃষিকেশ গোস্বামীৰ প্ৰৱন্ধ সংকলন প্রার্থনাৰ শক্তি উন্মোচন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।