আঞ্চলিক সংবাদ

October 9, 2026 7:57 PM

views 4

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ নিৰৱচ্ছিন্ন ২৫ বছৰীয়া জনসেৱাৰ যাত্ৰাৰ বিষয়ে বিশেষভাৱে আলোচনা

দিছপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱচ্ছিন্ন ২৫ বছৰীয়া জনসেৱাৰ যাত্ৰাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। বৈঠকত প্রধানমন্ত্রী মোদীয়ে দেশৰ প্ৰতি আগবঢ়োৱা অভূতপূৰ্ব আৰু অগণন অৱদানত আলোকপাত কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত ব...

October 9, 2026 12:07 PM

views 2

নতুন নতুন আঁচনি তথা আধুনিক প্রযুক্তিৰ ব্যৱহাৰত ৰাজ্য চৰকাৰৰ গুৰুত্ব আৰোপ

ৰাজ্যৰ জলসিঞ্চন খণ্ডক অধিক উন্নত আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নতুন নতুন আঁচনি তথা আধুনিক প্রযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই কালি জনতা ভৱনত আয়োজিত এখন বৈঠকত সভাপতিত্ব কৰি জলসিঞ্চন বিভাগৰ প্ৰস্তাৱিত বাহ্যিক সাহায্য প্রাপ্ত প্রকল্পস...

October 9, 2026 12:00 PM

views 1

চেনেহজৰী শীর্ষক মুগা শিল্পৰ বৃহৎ প্রকল্প লোৱা হৈছে : পৱিত্ৰ মাৰ্ঘেৰিটা

অসমত ড'নাৰ মন্ত্ৰ্যালয়ৰ অধীনত ৪০০ কোটি টকাৰে চেনেহজৰী শীর্ষক মুগা শিল্পৰ বৃহৎ প্রকল্প লোৱা হৈছে। ৰেচম শিল্পৰ উত্তৰণ, সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে শিল্পটোক নতুন মাত্রা প্রদান কৰিব। যোৰহাটৰ ৰৰৈয়া জামুগুৰিস্থিত কেন্দ্রীয় ৰেচম পৰিষদৰ মুগা পলু বীজ উৎপাদন কেন্দ্রত নতুনকৈ নিৰ্ম...

October 9, 2026 11:44 AM

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা অব্যাহত

যোৱা ৬ অক্টোবৰত অনুষ্ঠিত নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ তিনিটা গণনা কেন্দ্রত আজি পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছে। বর্তমানে নগাঁৱৰ ডছন হাইস্কুলত পোষ্টেল বেলটৰ গণনা চলি আছে। পোষ্টেল বেলটৰ গণনা পর্ব শেষ হোৱাৰ আধা ঘণ্টাৰ পাছত ই ভি এমৰ ভোট গণনা তিনিওটা কেন্দ্রতে একে সম...

October 9, 2026 11:40 AM

views 5

ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্রণী ভূমিকা ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান

২০৪৭ৰ পূৰ্বে আত্ম নিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্য পূৰণৰ বাবে ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্রণী ভূমিকা লবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। কালি শোণিতপুৰ জিলাৰ জামুগুৰীহাটত থকা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠিত এটা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জ...

October 8, 2026 3:43 PM

views 7

প্রসিদ্ধ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

প্রসিদ্ধ অভিনেতা নানা পাটেকাৰৰ আজি পুৱা নিজা বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ। পুৱাৰ ভাগত হঠাৎ বুকুৰ বিষ অনুভৱ কৰি অচেতন হৈ পৰাত তেওঁক ততালিকে চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে প্রায় ৪৫ মিনিট ধৰি তেওঁৰ জীবন ৰক্ষাৰ বাবে চেষ্টা চলোৱাৰ পাছতো চিকি...

October 8, 2026 2:43 PM

views 8

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। আজি সাক্ষ্য প্ৰদানৰ বাবে ইতিমধ্যে ফাষ্টট্রেক আদালতত মৃগাংক হাজৰিকা নামৰ লোকজন উপস্থিত হৈছে। অবশ্যে এইপর্যন্ত আদালতত অভিনেত্রী নিশিতা গোস্বামী উপস্থিত হোৱা নাই। উল্লেখযোগ্য যে ছ...

October 8, 2026 2:40 PM

views 6

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ নির্মাণ উদ্যোগ উদ্বোধন

শোণিতপুৰ জিলাৰ দীঘলীচাপৰিত প্ৰতিষ্ঠা কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ নির্মাণ উদ্যোগ আজি উদ্বোধন কৰা হয়। দীঘলীচাপৰিৰৰ এ চি পি এল, এ আই ডি চি পার্কত আয়োজিত অনুষ্ঠানও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উদ্যোগটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে। এই উদ্যোগটো সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়, যে প্রায়...

October 7, 2026 8:34 PM

views 3

ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন

ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিছে। ধুবুৰী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই ৯ কোটি টকা মূল্যৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্রী উদ্ধাৰ কৰা হৈছে। অভিযানকালত বিভিন্ন অঞ্চলৰ পৰা ৩৮০টা মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা...

October 7, 2026 8:34 PM

views 3

নাবালিকাক যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় গোৱালপাৰাৰ বিশেষ পকচো ন্যায়াধীশ আদালতৰ

গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পকচো ন্যায়াধীশৰ আদালতে আজি এগৰাকী নাবালিকাক যৌন আতিশয্যত অভিযুক্ত এজন যুৱকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। আদালতে ভাৰতীয় দণ্ডবিধি ৩৭৬ (৩) ধাৰাৰ লগতে পকচো আইনৰ ৬ নম্বৰ ধাৰা অনুসৰি এই ৰায় দিয়ে। উল্লেখযোগ্য যে অভিযুক্ত মোমিনুল ইছলাম নামৰ য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।