September 28, 2026 12:52 PM
1
নেপালত প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত ২১ জন লোকে
নেপালত বিগত ৪ দিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত ২১ জন লোকে প্রাণ হেৰুৱাইছে। ৫ জন লোক এতিয়াও নিৰুদ্দেশ হৈ থকাৰ লগতে ৫ জন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুর্যোগৰ ভাবুকি হ্রাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিস্খলনৰ বাবেই সর্বাধিক ১৪ জন লোকে...