আন্তৰ্জাতিক সংবাদ

September 19, 2026 10:50 AM

views 57

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি ৰাজ্যজুৰি জুবিন দিৱস পালন

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। গীতিকাৰ, সুৰকাৰ, অভিনেতা, সংগীত পৰিচালক,...

September 18, 2026 2:17 PM

views 12

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ভুটানৰ বিদেশমন্ত্ৰীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ভুটানৰ উন্নয়নত ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা বুধবাৰে ভুটানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভুটানৰ বিদেশমন্ত্রী লিয়নপো ডি এন ধুংগিয়েলৰ সৈতে পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ প...

September 18, 2026 1:16 PM

views 7

ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেথৰ ৰাছিয়াৰ স্থল বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন

তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেথে ৰাছিয়াৰ স্থল বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। এই ভ্রমণকালত সামৰিক সহযোগিতা শক্তিশালী কৰা আৰু দেশ দুখনৰ সামৰিক প্ৰশিক্ষণৰ সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সামর্থ্য বিকাশ শক্তিশালী কৰ...

September 13, 2026 8:07 PM

views 12

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ব্রীকচ শীর্ষ সন্মিলন ২০২৬ত অংশগ্রহণ কৰাৰ সুযোগতে বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্রীমোদীয়ে কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম জা'মার্ট ট'কায়েভক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰগতিৰ পৰ্যালোচনা কৰে। শ্রীমোদীয়ে কাজাখস্...

September 13, 2026 7:27 PM

views 9

২০২৬ চনৰ ব্ৰীকচ শীর্ষ সন্মিলন নতুন দিল্লী ঘোষণা পত্ৰক বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰশংসা

বিশ্ব স্বাস্থ্য সংস্থাই নতুন দিল্লীত অনুষ্ঠিত ২০২৬ চনৰ ব্ৰীকচ শীর্ষ সন্মিলনৰ ঘোষণা পত্ৰক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেদ্রচ অধনম ঘেব্রিয়াছেছে সার্বজনীন স্বাস্থ্য বীমাৰ সুবিধা, স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থা, ৰোগ সৃষ্টিকাৰী জীৱানুৰ চিনাক্তকৰণ আৰু...

September 13, 2026 7:24 PM

views 12

ক্ষুদ্র উদ্যমীসকলক জ্ঞান, বিত্ত আৰু নতুন বজাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে ব্রীকচ অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ সহযোগিতা পোর্টেল গঠন কৰাৰ প্ৰস্তাৱ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকচ শীর্ষ সন্মিলনৰ মুকলি অধিবেশনত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  প্রযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অর্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্রয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদার্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি...

September 13, 2026 6:55 PM

views 13

নতুন দিল্লীত অষ্টাদশ ব্রীকছ শীর্ষ সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকছ শীর্ষ সম্মিলনৰ আজি সামৰণি পৰে। শীর্ষ সম্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত...

September 13, 2026 12:13 PM

views 12

নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৮৬ লৈ বৃদ্ধি

নেপাল আৰু তিববত সীমান্তৰ সমীপত যোৱা ২৬ আগষ্টত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৮৬ হৈছেগৈ। বানত ক্ষতিগ্রস্ত আঠোখন জিলাৰ পৰা এতিয়াও মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুর্যোগ আশংকা হ্রাস আৰু ব্যৱস্থাপণা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে চিনাক্ত কৰা ১০৪টা মৃতদেহ...

September 13, 2026 11:08 AM

views 20

ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্রশংসা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্রীকচ শীর্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্রকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰসকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক...

September 13, 2026 10:52 AM

views 22

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীর্ঘকালীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত বুলি স্পষ্ট কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীর্ঘকালীন দৃষ্টিভংগী গ্রহণ কৰা উচিত তথা মতৰ পাৰ্থক্য বিবাদলৈ পৰিণত হোৱা উচিত নহয় বুলি স্পষ্ট কৰে। নতুন দিল্লীত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ সুযোগতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োগৰাকী নেত...