April 7, 2024 7:02 PM
182
চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ’ছফটৰ সকীয়নি
চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ'ছফটে সকিয়াই দিছে। চীনে টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ফলাফল প্রভাৱিত কৰাৰ বাবে পৰীক্ষা চলোৱাৰ পাছতে আগশাৰীৰ কম্পিউটাৰ ...