খেল

October 10, 2026 5:38 PM

views 1

কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইণ্ডোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰাত সম্প্রতি পাঁচখনীয়া শৃংখলাটোত ১-১ৰ সমতা স্থাপন হয়। ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা...

October 10, 2026 1:27 PM

ভাৰতক ছয় উইকেটত পৰাস্ত কৰি চলিত শৃংখলাত ৱেষ্ট ইণ্ডিজৰ ১-১ৰে সমতা স্থাপন

পুৰুষৰ ক্ৰিকেটত যোৱা নিশা ৰাঁচীত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰি চলিত শৃংখলাত ১-১ৰে সমতা স্থাপন কৰে। ২৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা বলত চাৰিটা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰি খেলখনত বিজয় সাব্যস্ত কৰে। আলহী দলটোৰ অধি...

October 9, 2026 11:33 AM

views 9

ভাৰত আৰু বেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল

ভাৰত আৰু বেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰাঁচীত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। ভাৰতে অধিনায়ক শ্রেয়াছ আয়াৰৰ আকৰ্ষণীয় শতকৰ সহায়ত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে।

October 7, 2026 8:53 PM

views 2

আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডেড বেডমিণ্টনৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটী

ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটীটোৱে ফিনলেণ্ডত অনুষ্ঠিত আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডৰেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন ৰোমাঞ্চকৰ খেলত চীনৰ পঞ্চম বাছনিপ্রাপ্ত জি টিং আৰু ৰেন শিয়াং য়ুক ১০-...

October 7, 2026 8:25 PM

views 8

বিশেষ অভিনন্দন অনুষ্ঠানত অসমকন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা

গুৱাহাটীত অসম ক্রীড়া বিভাগৰ উদ্যোগত তথা অসম এম এছ আৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত আজি জাপানৰ আইচি-নাগ'য়াত অনুষ্ঠিত ২০২৬ এছিয়ান গেমছ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসমকন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা...

October 7, 2026 7:55 PM

views 5

T-20 শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত অসমৰ জিণ্টীমণি কলিতাৰ স্থানলাভ

অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া টি-টুৱেন্টি শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত স্থানলাভ কৰিছে। ভাৰতে ১৬, ১৮ আৰু ২০ অক্টোবৰত জিম্বাব' ৱেৰ বিৰুদ্ধে ৩ খন টি-টুয়েন্টি খেলত অৱতীৰ্ণ হ'ব। মঙলদৈৰ জিণ্টীমণি কলিতাই ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভৰ পাছতেই পৰিয়ালৰ লগতে অ...

October 7, 2026 12:04 PM

views 15

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতে আলহী দলটোক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৱেষ্ট ইণ্ডিজে ১৯ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ এছ ৰাডাৰফ’ৰ্ডে ৫৬ আৰু ছাই হ’পে ৫২ ৰানৰ ব...

October 6, 2026 7:43 PM

views 5

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। খেলখনত টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-১ ফলাফলেৰে জয় লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয...

October 6, 2026 6:13 PM

views 10

এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ’ব

সদ্য সমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ'ব। ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ‍ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি ...

October 6, 2026 5:39 PM

views 4

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰৰ ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি

ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত বি চি চি আইৰ পৰ্যৱেক্ষণ বৈঠকত পাছতে ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে। হৰমনপ্রীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্রতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটো...