খেল

September 12, 2026 11:04 AM

views 20

জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ মোকিত চলি থকা জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা ৯.৪৫ বজাত খেলখন আৰম্ভ হ'ব। কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানক ১৯-০ ব্যৱধানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰে। তিনিখন খেলত আকর্ষণীয় জয় আৰু...

September 11, 2026 8:21 PM

views 5

জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি চীনৰ ম’কিত অনুষ্ঠিত ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে ৩-১ গলৰ ব্যৱধানত জয়লাভ কৰে। ভাৰতৰ হৈ অধিনায়ক অন্মোল এক্কাই দুটা আৰু সুখবিন্দৰে তৃতীয়টো গল দিয়ে। প্ৰতিযোগিতাখনত পাঁচবাৰৰ চেম্পিয়ন ভাৰতে পৰহিলৈ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ফাইন...

September 11, 2026 10:49 AM

views 18

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰত

ভাৰতে মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্রবেশ কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে। বাংলাদেশে ১৫০ ৰাণৰ বিজয়লক্ষ্যৰে খেল আৰম্ভকৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰিবলৈ সমর্থ হয়। বাংলাদেশৰ হৈ স্বর্ণা অকতাৰে সর্বাধিক...

September 10, 2026 7:51 PM

views 6

পাকিস্তানক ১৯-০ গলত ধূলিস্যাৎ কৰি ছেমি ফাইনেলত ভাৰত

চীনৰ মকীত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্রতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক ১৯-০ গলত ধূলিস্যাৎ কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুর্দান্ত প্রদর্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে ১৯ টা গল, ১৮ টা পেনাল্টি কর্ণাৰ আৰু এটা পেনাল্টি...

September 10, 2026 2:53 PM

views 5

দুলীয়াজানৰ নেহৰু ময়দানত ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতা

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা ২১ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ নৱম অইল ইণ্ডিয়া গ’ল্ড কাপ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি মাধুৰ্য বৰুৱাই এটা বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা মতে প্রতিযোগিতাত স...

September 10, 2026 2:26 PM

views 2

ইউ এছ অ’পেন টেনিছৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্‌ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ’ব

ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেল্‌ল্টন, একাদশ বাছনিপ্ৰাপ্ত নিজ দেশৰে ফ্ৰান্সিছ টিয়াফ’ৰ সন্মুখীন হ'ব। অষ্টম বাছনিপ্রাপ্ত ছেল্‌ল্টনে কালি এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্ল’ছ অল্কাৰাজক ৬-৭, ৬-১, ৬-৩, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে...

September 9, 2026 8:23 PM

views 6

ইউ এছ অপেন টেনিছত বেন ছেল্টন আৰু ফ্লেন্সেছ টাইফ’ৰ ছেমি ফাইনেলত প্রবেশ

ইউ এছ অপেন টেনিছ প্রতিযোগিতাত আমেৰিকাৰ বেন ছেল্টন আৰু একাদশ বাছনিৰ ফ্লেন্সেছ টাইফ' পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্রবেশ কৰিছে। অষ্টম বাছনিৰ ছেল্টনে নিউয়র্কত আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বৰ্তমানৰ চেম্পিয়ন কার্লোছ আলকাৰাজক তীব্র উত্তেজনাপূর্ণ পাঁচটা চেটৰ খেলত ৬-৭, ৬-১, ৬-৩, ১-৬ আৰু ৭-৬ৰ ব্যৱধানত পৰা...

September 8, 2026 8:19 PM

views 4

বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ত ভাৰতৰ সোণ-ৰূপৰ পদক লাভ

আহমেদাবাদত চলি থকা বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাৰতে আজি পুৰুষৰ দলীয় শাখাত দুটা সোণৰ আৰু মহিলাৰ ৰিকাৰ্ড শিতানত এটা ৰূপৰ পদক অর্জন কৰে। পুৰুষৰ কম্পাউণ্ড দলীয় শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন টোমন কুমাৰ আৰু শ্যাম সুন্দৰ স্বামীয়ে ইৰাকৰ আববাছ কাধিম আৰু আনৱাৰ আলদাৱ দৰ যুটীক ১৫২-১৩৯...

September 8, 2026 12:51 PM

views 12

দ্বিতীয় নর্থ-ইষ্ট কুংফু ফেডাৰেচন কাপ, ২০২৬ ত বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈৰ সাফল্য লাভ

গুৱাহাটীৰ পাটাবজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নর্থ-ইষ্ট কুংফু ফেডাৰেচন কাপ, ২০২৬ ত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈয়ে সাফল্য লাভ কৰিছে। কুংফু স্পৰ্টছ এছ'চিয়েচন অব্ আছামৰ উদ্যোগত আৰু নৰ্থ-ইষ্ট কুংফু স্পৰ্টছ ফেডাৰেচনৰ সহযোগত যোৱা ৫ আৰু ৬ ছেপ্তেম্বৰত অনুষ্ঠিত প্রতিযোগিতাত গায়ত্ৰী মাঝি, বি...

September 8, 2026 12:36 PM

views 20

বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগীতাত আজি ভাৱনা আৰু পূজা চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে অৱতীৰ্ণ

আহমেদাবাদত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগীতাত আজি ভাৱনা আৰু পূজাই চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে খেলিব। ভাৰতীয় যুটিটোৱে ঘৰুৱা মাটিত বিজয়ৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হব। পেৰা ৰিকাৰ্ভ পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ হৰবিন্দৰ সিং আৰু বিজয় সুণ্ডীয়ে শ্লোভাকিয়াৰ ডেভিদ ইভান আৰু ডেনিছ ইভানৰ বিৰুদ্ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।