September 27, 2026 12:18 PM
9
এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে ৪ টা সোণ, ১২ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জসহ মুঠ ৩০ টা পদক অর্জন
জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ছেমিফাইনেলত প্ৰৱেশ কৰে। পুৰুষ দলে ভূটানক ২৩৫-২৩২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে কাজাখাস্তানক ২৩৩-২৩০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। দুয়োটা দলে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষ আৰু ম...