খেল

September 18, 2026 9:11 PM

views 25

জাপান এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব

জাপানৰ আইচি নাগ'য়াত কাইলৈ হবলগীয়া এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত দুবাৰকৈ অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব। কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলগীয়া এছিয়ান গেমচৰ বিংশ সংস্কৰণত এইবাৰ দেশৰ হৈ ৫০০ ৰো অধিক এথলীটে ৩৭ বিধ খেলৰ শিতানত অংশগ্রহণ কৰিব। আঘা...

September 18, 2026 2:29 PM

views 14

এছিয়ান গেমছত মহিলা ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ বিৰুদ্ধে ভাৰতৰ ৮ উইকেটত জয়লাভ

জাপানৰ নিশ্বিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্রিকেটত ভাৰতে চেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ৫৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র পাঁচ অভাৰত দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ শেফালি বাৰ্মাই ৪০ ৰান আৰু ৰিচা ঘোষে ১২ ৰাণ ক...

September 18, 2026 1:23 PM

views 11

তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ  ১২৭ ৰাণত জয়লাভ

ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক ১২৭ ৰাণত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰা কৃতিত্ব অর্জন কৰে। খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২২১ ৰাণ কৰে। ভাৰতৰ হৈ অভিষ...

September 17, 2026 12:09 PM

views 13

ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত ২-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভ...

September 17, 2026 12:08 PM

views 14

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসম দলৰ ফাইনেলত প্ৰৱেশ

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ল'ৰা-ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। অসমে কালি মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ছোৱালীৰ দলীয় শাখাৰ চেমিফাইনেলত অৰুণাচলক ২-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে অসমে ল'ৰাৰ দলীয় শাখাৰ ছেমি ফাইনেলত মিজোৰামক ২-১ ফলাফলত...

September 17, 2026 12:04 PM

views 23

৬৫ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্রতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত

অসমে ৬৫ সংখ্যক সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্রতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউৰ বামপথাৰ বেঙেনামাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কালি নতুন দিল্লীত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত হিমাচল প্ৰদেশক ২-১ গ'লত পৰাস্ত কৰে। বেঙেনামাৰি উচ্চতৰ মাধ্যমিক ব...

September 16, 2026 12:11 PM

views 30

অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়

নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি নিশা ভাৰতে আফগানিস্তানক ৭ উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১৪ অভাৰ ৫টা বলত ৩টা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্ৰহ কৰে...

September 15, 2026 12:38 PM

views 22

অৰুণ জেটলী ষ্টেডিয়ামত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত

ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। দেওবাৰে অনুষ্ঠিত ৩ খনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে ৭ উইকেটত জয়লাভ কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয...

September 14, 2026 9:17 PM

views 13

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ পুৰুষৰ ক্ৰিকেট দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে খেলিব। ৩ খনীয়া শৃংখলাটোৰ যোৱা নিশা অনুষ্ঠিত প্রথমকন খেলত ভাৰতে ৭ টা উইকেটত জয়লাভ কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া ১৫৭ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ...

September 14, 2026 8:53 PM

views 16

টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ টী-২০ এছিয়া কাপ চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ বাবে ভাৰতীয় দলৰ সকলো সদস্যক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ প্ৰতিযোগিতাখনত অনবদ্য প্রদর...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।