ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেল আজি ক্রাইষ্টচাৰ্চৰ হেগলী অভেলত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ চাৰে ১২ বজাত আৰম্ভ হ’ব। অহা শনিবাৰে একেটা স্থানতে দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব। টি-২০ শৃংখলাৰ পাছত দুয়োটা দলে পাঁচখন খেলৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা আৰু দুখন টেষ্ট মেচ খেলিব।
Assamese | October 22, 2026 12:15 PM | Cricket
ক্রাইষ্টচাৰ্চৰ হেগলী অ’ভেলত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেল