October 14, 2026 1:01 PM

views 5

জনমত অসম ২০৪৭ শীর্ষক প’ৰ্টেলত জনসাধাৰণে অহা ২ নৱেম্বৰলৈকে নিজৰ মতামত, পৰামৰ্শ আগবঢ়াব পাৰিব

জনমত অসম ২০৪৭ শীর্ষক বিশেষ প'ৰ্টেলযোগে জনসাধাৰণে অহা ২ নৱেম্বৰলৈকে নিজৰ মতামত, পৰামৰ্শ আগবঢ়াব পাৰিব। এই প'ৰ্টেলটোত অসমীয়া, বড়ো, বঙালী, ইংৰাজী আৰু হিন্দীসহ মুঠ পাঁচটা ভাষাত নিজৰ মতামত জনোৱাৰ সুবিধা আছে। উল্লেখযোগ্য যে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰামেশ্বৰ তেলীয়ে উন্মোচন কৰা এই প'ৰ্টেলৰ জৰিয়তে অসমক এখন...

October 14, 2026 1:00 PM

views 7

বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত স্বচ্ছতা অভিযান

বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত, বিশ্বনাথ চাৰিআলি চেম্বাৰ্ছ অব্ কমাৰ্চ এণ্ড ইণ্ডষ্ট্রী, কেন্দ্রীয় দুৰ্গা পূজা পৰিচালনা সমিতি আৰু স্বেচ্ছাসেৱী সংগঠন জাগৃতিৰ সহযোগত আজি পুৱা বিশ্বনাথ চাৰিআলি অঞ্চলত স্বচ্ছতা অভিযান চলোৱা হয়। এই কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, ...

October 14, 2026 12:59 PM

views 13

ভাৰতত ২০১৫ৰ পৰা ২০২৪ চনৰ সময়ছোৱাত যক্ষ্মা ৰোগীৰ সংখ্যা ২১ শতাংশলৈ হ্ৰাস

ভাৰতত ২০১৫ৰ পৰা ২০২৪ চনৰ সময়ছোৱাত যক্ষ্মা ৰোগীৰ সংখ্যা ২১ শতাংশলৈ হ্ৰাস পাইছে। সমগ্ৰ বিশ্বৰ তুলনাত এই হাৰ হৈছে ১২ শতাংশ। তদুপৰি দেশত যক্ষ্মা ৰোগীক চিকিৎসা প্ৰদানৰ হাৰো ৯২ শতাংলৈ বৃদ্ধি পাইছে। চৰকাৰে ৰোগৰ পৰীক্ষাৰ সম্প্ৰসাৰণ, উন্নত প্রযুক্তি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দ...

October 14, 2026 12:56 PM

views 14

ডিব্ৰুগড়ত নির্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ আৰু মাল্টি স্পৰ্টছ কমপ্লেক্স পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা ডিব্ৰুগড়ত নির্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ সঠিক পৰিকল্পনা, বিভাগীয় সমন্বয় আৰু নিৰ্মাণৰ ক্ষেত্ৰত গুণগত মান অক্ষুণ্ণ ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰে। এই চৌহদত মূল বিধানসভা ভৱন, বিধায়...

October 14, 2026 12:50 PM

views 6

ধেমাজিত আজি অসম গণ পৰিষদ দলৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

অসম গণ পৰিষদ দলৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে। ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ আতিথ্যত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৪২ খন দলীয় পতাকা উত্তোলনৰে আৰম্ভ হোৱা এই অনুষ্ঠানত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ ফণী...

October 14, 2026 12:41 PM

views 3

কংগোত ইব’লাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ প্রচেষ্টা অব্যাহত

শেহতীয়াভাৱে প্ৰকাশ পোৱা চৰকাৰী পৰিসংখ্যা অনুসৰি কংগোত ইব’লাত আক্রান্ত ৰোগীৰ সংখ্যাই ৯ হাজাৰ অতিক্ৰম কৰিছে আৰু চাৰি হাজাৰ তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে। দেশখনৰ সাতখন প্ৰদেশত ইব'লাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ে প্রচেষ্টা অব্যাহত ৰাখিছে। দেশখনত ক্ৰমাৎ বৃদ্ধি পোৱা মৃতকৰ সংখ্যাই স্বাস্থ্...

October 14, 2026 12:37 PM

views 5

বিহাৰৰ বৈশালী জিলাত গংগা নদীত যোৱা নিশা সংঘটিত নাও দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু

বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ ডিয়াৰাত গংগা নদীত যোৱা নিশা সংঘটিত এটা নাও দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হয়। বৈশালী জিলাৰ দণ্ডাধীশ বৰ্ষা সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই নাও দুৰ্ঘটনাৰ পৰা ৬ জন লোকক উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত সৰহভাগেই নাবালক আছিল বুলি জিলা দণ্ডাধীশগৰাকীয়ে প্ৰকাশ কৰিছে। নাওখন...

October 14, 2026 12:33 PM

views 3

নতুন দিল্লীত আজিৰে পৰা বৃহত্তৰ ভাৰত : আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

সংস্কৃতি মন্ত্রালয়ে নতুন দিল্লীত আজিৰে পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে ভাৰতৰ সাংস্কৃতিক সংযোগ সন্দৰ্ভত বৃহত্তৰ ভাৰত : আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনত ৫০ খন দেশৰ প্ৰতিনিধি, ৰাষ্ট্রদূত আৰু পণ্ডিতসকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে ভাৰতৰ ঐতিহাসিক আৰু সমসাময়িক স...

October 14, 2026 12:29 PM

views 3

দিল্লী ঘোষণা পত্ৰ গ্ৰহণেৰে বিমষ্টেক গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকৰ সামৰণি

দিল্লী ঘোষণা পত্ৰ গ্ৰহণেৰে নতুন দিল্লীত কালি বিমষ্টেক গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকৰ সামৰণি পৰে। এই ঘোষণা পত্ৰত বিমস্টেক ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক কঠোৰভাৱে গৰিহণা দিয়ে। ঘোষণা পত্ৰত বিমষ্টেক ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন...

October 14, 2026 12:25 PM

views 3

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক আলোচনা সঠিক দিশত আগবাঢ়িছে বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক আলোচনা সঠিক দিশত আগবাঢ়িছে আৰু এই সন্দৰ্ভত সম্প্ৰতি এটা চুক্তি সাজু কৰি থকা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত 'ব্লুমবার্গ নিউ ইকনমি ফ'ৰাম' শীৰ্ষক অনুষ্ঠানত ভাষণ দি ড০ জয়শংকৰে কয় যে উভয় দেশৰ বাণিজ্য মন্ত্ৰ...