October 2, 2026 11:53 AM
7
লাল বাহাদুৰ শাস্ত্ৰীৰ ১২২ সংখ্যক জন্মবার্ষিকীত প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ দেশবাসীৰ শ্রদ্ধার্ঘ্য
দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ ১২২ সংখ্যক জন্মবার্ষিকী উপলক্ষে প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। তেওঁ ১৯০৪ চনৰ ২ অক্টোবৰত পূৰ্বতে মোগল চৰায় নামেৰে পৰিচিত উত্তৰ প্ৰদেশৰ দীনদয়াল উপাধ্যায় নগৰত জন্মগ্রহণ কৰিছিল। প্ৰয়াত শাস্ত্রীয়ে কিশোৰ কালতে দেশৰ স্বাধীনতা সংগ্ৰামত যোগ দিছিল...