ৰাষ্ট্ৰীয়

September 29, 2026 12:11 PM

views 14

অনাদায় ট্রেফিক ই-চালান জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰাৰ বিবেচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জৰিমনা আদায়ৰ পদক্ষেপ হিচাপে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ অনাদায় ট্রেফিক ই-চালান জৰিমনা বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰাৰ কথা বিবেচনা কৰিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু কে ভি বিশ্বনাথৰ বিচাৰপীঠে কয়, যে এনে ব্যৱস্থা গ্রহণ নকৰিলে কেৱল ই-চালানৰ জৰিয়তে কোনো উদ্দেশ্য সাধন নহ'ব। বিচাৰপীঠ...

September 29, 2026 12:04 PM

views 14

কবচ 4.0 প্ৰৱৰ্তনৰ বাবে ২২৩ কোটি টকাত অনুমোদন ভাৰতীয় ৰে’লৱ বিভাগৰ

ভাৰতীয় ৰে'লৱেৰ উত্তৰ-পূব ৰে'লৱেৰ বাৰানসী সংমণ্ডলৰ ৬১৪ কিলোমিটাৰ পথত কবচ 4.0 প্ৰৱৰ্তনৰ বাবে ২২৩ কোটি টকাত অনুমোদন জনাইছে। এই অনুমোদিত প্ৰকল্পৰ জৰিয়তে বাৰানসী সংমণ্ডলৰ কবচ 4.0 প্ৰবৰ্তনৰ জৰিয়তে নিৰাপত্তা আন্তঃগাঁথনি শক্তিশালী কৰি তোলা হ'ব। ইয়াৰ জৰিয়তে ৰে'ল যাত্ৰা নিৰাপদ আৰু বিশ্বাসযোগ্য হোৱাৰ লগতে ভাৰত...

September 29, 2026 12:00 PM

views 11

নতুন দিল্লীত ভাৰতীয় নৌ সেনাৰ কামাণ্ডাৰ কনফাৰেন্স ২০২৬ৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় নৌ সেনাই কামাণ্ডাৰ কনফাৰেন্স ২০২৬ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে তিনি দিনীয়া এই সম্মিলনে আউটষ্টেচন অপাৰেচনেল আৰু এৰিয়া কামাণ্ডৰসকলৰ লগতে জ্যেষ্ঠ নৌ সেনাৰ নেতৃত্বৰ বাবে নতুন পথ দেখুৱাব। এই সন্মিলনে সামৰিক কৌশলগত পৰ্যায়ত কাৰ্যকৰী প্রস্তুতিৰ বিস...

September 28, 2026 12:46 PM

views 6

মহান বিপ্লৱী শ্বহীদ ভগত সিঙৰ ১১৯ সংখ্যক জয়ন্তীত শ্রদ্ধা নিবেদন

সমগ্ৰ ৰাষ্ট্ৰই আজি মহান বিপ্লৱী শ্বহীদ ভগত সিঙৰ ১১৯ সংখ্যক জয়ন্তীত তেওঁলৈ শ্রদ্ধা নিবেদন কৰিছে। ১৯০৭ চনৰ আজিৰ দিনটোতে পাঞ্জাবৰ লায়লপুৰ জিলাৰ বাংগা গাঁৱত বর্তমান পাকিস্তানত ভগত সিঙৰ জন্ম হৈছিল।

September 28, 2026 12:44 PM

views 13

আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্রস্তাবিত তিনিদিনীয়া বেংক ধর্মঘট কাৰ্যসূচী স্থগিত

আজিৰে পৰা ৰাষ্ট্ৰজুৰি প্রস্তাবিত তিনিদিনীয়া বেংক ধর্মঘট কাৰ্যসূচী স্থগিত ৰখা হৈছে। সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংগঠনে ধর্মঘট স্থগিতকৰণৰ বিষয়ে নিশ্চিত কৰিছে। ভাৰতীয় বেংক সংগঠন-আই বি এ-ৰ সৈতে হোৱা এখন চুক্তি অনুসৰি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত সৰ্বভাৰতীয় বেংক কৰ্মচাৰী ...

September 28, 2026 12:42 PM

views 2

বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰ ভ্ৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ চৰকাৰী ভ্ৰমণসূচীৰে কাটাৰলৈ গৈছে। এই ভ্ৰমণৰ সময়ত শ্রীমতী সীতাৰমণে আজি ডোহাত আয়োজিত এছিয়ান ইনফ্রাস্ট্রাকচাৰ ইনভেষ্টমেন্ট বেংক চমুকৈ এ আই আই বি-ৰ ব'ৰ্ড অব গভর্নৰছৰ একাদশ বার্ষিক বৈঠকত অংশগ্রহণ কৰিব। শ্রীমতী সীতাৰমণে এ আই আই বি-ৰ অধ্যক্ষৰ লগতে জর্ডান, ছুইজাৰলেণ্ড, ...

September 28, 2026 1:33 PM

views 17

দেশত ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বর্ষপূর্তি পালন

ভাৰতে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ সন্ত্রাসবাদ বিৰোধী নীতিক বিশ্বৰ সন্মুখত এটা নতুন উদাহৰণ হিচাপে উপস্থাপন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বর্ষপূর্তি পালন কৰিছে। ২০১৬ চনৰ ২৮ আৰু ২৯ ছেপ্তেম্বৰত ভাৰতীয় সেনাই নিয়ন্ত্রণ ৰেখাৰ সীপাৰে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ ঘাটিত হঠাতে আক্রমণ সংঘটিত কৰিছিল।...

September 27, 2026 8:00 PM

views 2

নমো ভাৰত ৰে’লে নতুন ভাৰতৰ নতুন সংকল্প তথা নতুন যাত্রা প্রতিফলিত কৰিছেঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সর্বাত্মক বিকাশ আৰু সামাজিক...

September 27, 2026 7:50 PM

views 2

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে গুজৰাটৰ সবৰমতীত কেইবাটাও ৰে’ল উন্নয়ন প্রকল্প মুকলি কৰে

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ সবৰমতীত ১৫০০ কোটি টকাতকৈও অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও ৰে'ল উন্নয়ন প্রকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে সবৰমতী ষ্টেচনৰ পৰা দেশৰ প্ৰথমখন তৰল প্রাকৃতিক গেছচালিত ৰেল পতাকা জোকাৰি মুকলি কৰে। এই অনুষ্ঠানত...

September 27, 2026 7:45 PM

views 4

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ’লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সাজু হৈ আছে

ভাৰতে আন কোনো দেশৰ ভূখণ্ড দখল কৰিব নিবিচাৰে বুলি মন্তব্য কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ'লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমে আয়োজন কৰা প্ৰতিৰক্ষা সম্পৰ্কীয় এখন সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য ...