ৰাষ্ট্ৰীয়

September 25, 2026 11:24 AM

views 26

টানজানিয়াৰ নাও দুৰ্ঘটনাত কমেও ৪১ জন লোকৰ মৃত্যু

টানজানিয়াৰ পৰা কঙ্গোলৈ যোৱা এখন নাও টাংগান্যিকা হ্রদত উলটি পৰাৰ ফলত কমেও ৪১ জন লোকৰ মৃত্যু হৈছে। প্রদেশখনৰ প্ৰাদেশিক পৰিবহন মন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, নাওখনত প্রায় ১০০ জন যাত্ৰীৰ উপৰি সামগ্রীও কঢ়িয়াই নি থকা হৈছিল। বর্তমানলৈকে ৪৯ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু বাকী যাত্ৰীসকলৰ সন্ধান অব্যাহত থকা বুলিও তে...

September 25, 2026 11:22 AM

views 6

গোলকীয় অর্থনীতিত ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে : মন্ত্রী পীযূষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কয় যে গোলকীয় অর্থনীতিত ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে ভাৰতৰ গোলকীয় মূল্যশৃংখল আৰু যোগান শৃংখল শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত ত্রয়োদশ পি এ এফ আই বার্ষিক ফ'ৰাম ২০২৬ত অংশগ্ৰহণ কৰি মন্ত্রী শ্রীগোৱেলে কয় যে ভাৰতে বাণিজ্...

September 25, 2026 11:20 AM

views 18

বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্রত্যাহ্বান কার্য্যসূচী মুকলি

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্রত্যাহ্বান কার্য্যসূচী মুকলি কৰিব। শিক্ষা মন্ত্র্যালয়ে কৈছে যে এই পদক্ষেপে যুৱক-যুৱতীসকলক তেওঁলোকৰ ওচৰ-পাজৰৰ সমস্যাসমূহ চিনাক্ত কৰাৰ লগতে এই সমস্যাসমূহৰ সমাধান বিকশাই তোলাৰ বাবে উৎসাহিত কৰিব। সমস্যাৰ সমাধান সমূহ পৰীক্ষা ক...

September 25, 2026 11:15 AM

views 11

উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা গুজৰাটৰ ৱাডনগৰলৈ সেৱা সংকল্প অভিযান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা গুজৰাটৰ ৱাডনগৰলৈ সেৱা সংকল্প অভিযানৰ অধীনত উলিওৱা সেৱা যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বার্তালাপত সেবা যাত্রীসকলে এই যাত্রাত হোৱা অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰিব। উল্লেখযোগ্য যে ...

September 24, 2026 9:02 PM

views 5

সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিছে। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা দৰকাৰ। গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰাত অংশগ্ৰহণক...

September 24, 2026 3:41 PM

views 10

দেওবাৰে দিনৰ ১১ বজাত ১৩৮ সংখ্যক খণ্ডৰ ‘আকাশবাণীৰ মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা য...

September 24, 2026 3:44 PM

views 7

দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব সামুদ্রিক দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে দেশৰ বিকাশ অধিক ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথন...

September 24, 2026 3:19 PM

views 16

সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিতঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা উচিত। গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰীসকলৰ সৈতে ভার্চু...

September 24, 2026 12:38 PM

views 15

জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে দেশৰ জনসা...

September 24, 2026 1:28 PM

views 25

এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।