ৰাষ্ট্ৰীয়

September 24, 2026 11:57 AM

views 8

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২৬ আৰু ২৭ ছেপ্তেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে ২৮ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ আহ্বান জনোৱা তিনিদিনীয়া ধৰ্মঘ...

September 23, 2026 8:25 PM

views 4

১২ বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ২৩০০০ লোকক পদোন্নতি দিবলৈ সমর্থ হৈছে : ড° জীতেন্দ্র সিং

কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্রী ড° জীতেন্দ্র সিঙে কয় যে যোৱা ১২ বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ২৩ হাজাৰ লোকক পদোন্নতি দিবলৈ সমর্থ হৈছে। কৰ্মচাৰী পৰিষদৰ তৃতীয় বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতিনিধি সকলৰ এখন সভাত উপস্থিত থাকি মন্ত্রীজনে আজি এইদৰে কয়। মন্ত্রীজনে লগতে কয় য...

September 23, 2026 8:22 PM

views 9

কোপ-৩১ ৰ আলোচনা অধ্যক্ষ ক্রিছ বোৱেনক সাক্ষাৎ মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ জলবায়ু পৰিৱৰ্তন আৰু শক্তি আৰু কোপ-৩১ ৰ আলোচনা অধ্যক্ষ ক্রিছ বোৱেনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীযাদৱে জানিবলৈ দিয়ে যে এই কথোপকথনত ফিজিত অনুষ্ঠিত হ'বলগীয়া প্রাক কোপ সম্মিলন আৰু তুর্কিত অনুষ্ঠ...

September 23, 2026 8:16 PM

views 6

যোৱা কেইমাহমানত প্রায় ৪০টা নতুন পদক্ষেপ আৰম্ভ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে সমগ্র দেশতে যোৱা কেইমাহমানত প্রায় ৪০টা নতুন পদক্ষেপ আৰম্ভ কৰিছে আৰু বিশেষ বিস্তৃত পুনৰীক্ষণকে ধৰি বহু নিৰ্বাচনী সংস্কাৰ হাতত লৈছে। আয়োগে লগতে নির্বাচনী তালিকা পুনৰীক্ষণকে ধৰি সকলো সিদ্ধান্ত সর্বসম্মতিক্রমে লোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে আয়োগৰ প্ৰতিজন বিষয়াই নির্বাচনী ব্যৱস্থা উন্নত কৰা...

September 23, 2026 8:12 PM

views 6

বডোডৰাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱর্তনত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে ২০৪৭ চনৰ ভিতৰত যুৱ প্ৰজন্মৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰত এখন বিকশিত দেশ হিচাপে গঢ় লৈ উঠিব। বডোডৰাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক সমাৱর্তনত উপস্থিত থাকি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই প্রকৃত অর্থ তেতিয়াহে বহন কৰে যেতিয়া দেশ আৰু সমাজৰ উন্নতিৰ হকে ইয়াক...

September 23, 2026 1:32 PM

views 8

বডোডৰাত আজি মহাৰাজ ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বডোডৰাত মহাৰাজ ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ব্ৰহ্মকুমাৰী সংস্থাৰ বিশ্বৰ পুনৰ নিৰ্মাণৰ বাবে আধ্যাত্মিক জাগৃতি অভিযান মুকলি কৰিব আৰু বডোডৰাৰ গোলকীয় আধ্যাত্মিক প্রাসাদ উদ্বোধন কৰিব।

September 23, 2026 12:56 PM

views 7

সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে আজি একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন

মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ'ব। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশ-বিদেশৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান, চিকিৎসক আৰু সংশ্লিষ্ট পক্ষসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে আয়ুৰ্বেদৰ সৈতে জড়িত মূল পক্ষসমূহক একেলগে উপ...

September 22, 2026 8:50 PM

views 13

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্র, বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকর্ষতাক প্রতিফলিত কৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰ...

September 22, 2026 8:46 PM

views 6

ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিবঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ ৫৩সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কে...

September 22, 2026 8:37 PM

views 7

সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিবঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি পেট্ৰ'লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্রধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহঅ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।