September 21, 2026 7:51 PM
8
নতুন দিল্লীত নেপালীভাষী গোর্খা সম্প্ৰদায়ৰ সংস্কৃতি, পৰম্পৰা আৰু সামুহিক পৰিচয়ৰে হৰিতালিকা তীজ মহোৎসৱ ২০২৬ অনুষ্ঠিত
নতুন দিল্লীৰ আই টি অ'ৰ ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত হৰিতালিকা তীজ মহোৎসৱ ২০২৬ত নেপালীভাষী গোর্খা সম্প্ৰদায়ৰ লোকসকলৰ সংস্কৃতি, পৰম্পৰা আৰু সামুহিক পৰিচয়ৰ দিনজোৰা উৎসৱ অনুষ্ঠিত হয়। দিল্লী চৰকাৰৰ সহযোগত হাসো স্বাভিমান ট্রাষ্টৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিল্লীৰ মুখ্য...