ৰাষ্ট্ৰীয়

September 22, 2026 8:23 PM

views 9

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু...

September 22, 2026 7:28 PM

views 10

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদানঃ যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ...

September 22, 2026 4:25 PM

views 16

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ নিচিনৰ কৰগি ক্রীড়া উদ্যানত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এই অভিলেখ গঢ়ে। ফাইনেলত শ্ৰীমতী মান্ধানাই ৩ টা ৬ ...

September 22, 2026 4:05 PM

views 18

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কালি অনুষ্ঠিত অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে পোলেও, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলেও এই বৈঠকত অংশ গ্ৰহণ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বত এই বৈঠক অনুষ্ঠ...

September 22, 2026 3:59 PM

views 6

মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনী, এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ...

September 22, 2026 3:53 PM

views 8

পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰেঃ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীৰাধাকৃষ্ণণে পানীৰ সঠিক ব্যৱহাৰ আৰু জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। জল সপ্তাহক পানী ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান সম্পৰ্কে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি ...

September 22, 2026 4:51 PM

views 19

গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ’ব

গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্রাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ...

September 21, 2026 8:32 PM

views 10

মহানদীৰ পানীৰ বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ’ব বুলি চত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাইৰ মন্তব্য

মহানদীৰ পানীৰ বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি চত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাইয়ে প্রকাশ কৰিছে। তেওঁ কয় যে চত্তিশগড় আৰু ওডিশা দুয়োখন ৰাজ্যতে বিজেপি চৰকাৰ ক্ষমতাত আছে লগতে কেন্দ্ৰতো এন ডি এ চৰকাৰ থকাৰ বাবে এই সমস্যা সহজে সমাধান কৰিব পৰা যাব। ২০১৮ চনৰ পৰা মহানদীৰ জল বিবাদ ন্যায়ালয়ত বিচ...

September 21, 2026 8:29 PM

views 11

সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ শীৰ্ষক বিষয়বস্তুৰে ১১ সংখ্যক আয়ুর্বেদ দিৱস পালন কৰা হব

১১ সংখ্যক আয়ুর্বেদ দিৱস বুধবাৰে উদযাপন কৰা হ'ব । এই বছৰৰ এই দিৱসৰ বিষয়বস্তু সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ। আয়ুষ মন্ত্রালয়ে জনোৱা মতে ৩০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৩ লাখৰো অধিক অংশগ্রহণকাৰীয়ে আয়ুর্বেদ দিৱস ৱেৱছাইটত পঞ্জীয়ন কৰিছে। লগতে প্রায় ৮৯ লাখ নাগৰিকে আয়ুর্বেদক সমর্থন জনাব বুলি প্রতি...

September 21, 2026 8:08 PM

views 5

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেৱড়িয়াৰ একতা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্রীমতী মুর্মুৱে বুধবাৰে বডোদৰাৰ মহাৰাজা ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক অভিবর্তন অনুষ্ঠানত সভাপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।