ৰাষ্ট্ৰীয়

November 1, 2026 8:32 PM

views 6

বেংগালুৰু-মুম্বাই বন্দে ভাৰত ৰে’ল পতাকা জোকাৰি মুকলি

ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি বেংগালুৰু-মুম্বাই বন্দে ভাৰত ৰে'ল পতাকা জোকাৰি মুকলি কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই পদক্ষেপৰ শলাগ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে কয়, যে ইয়াৰ জৰিয়তে বেংগালুৰু আৰু মুম্বাইৰ মাজৰ যাতায়াত ব্যৱস্থাৰ উন্নয়ন তুৰান্বিত হ'ব। তদুপৰি, এই ৰে...

November 1, 2026 8:28 PM

views 6

আটলান্টাত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূর্তি উন্মোচন

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম-বার্ষিকী উপলক্ষে আটলান্টাত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসত তেওঁৰ এটি মূর্তি উন্মোচন কৰে। তেওঁ লগতে ৰাষ্ট্রীয় একতা দিৱস উদযাপন কৰাৰ উদ্দেশ্যে সমবেত হোৱা প্রবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰে। সামাজিক মাধ্যমৰ জৰিয়তে ...

November 1, 2026 8:26 PM

views 7

নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় অর্গেন ট্রান্সপ্লান্ট গেমছ মুকলি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ তালকাটোৰা স্টেডিয়ামত ২০২৬ চনৰ ৰাষ্ট্ৰীয় অর্গেন ট্রান্সপ্লান্ট গেমছ মুকলি কৰে। অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই ক্রীড়া হৈছে, সাহস, নিষ্ঠা আৰু ধৈৰ্য্যৰ উদযাপন তথা জীৱনৰ অনন্য উপহাৰ। অংগদানক মহাদান বুলি উল্লেখ কৰি শ্রীৰাধাকৃষ্ণণে কয়, যে এ...

November 1, 2026 12:46 PM

views 12

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিল্লী-গুৱাহাটী সংযোগী বুলেট ট্ৰেইনৰ উত্তৰ কৰিডৰত অনুমোদন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা শিলিগুৰিলৈ প্ৰস্তাৱিত বুলেট ট্রেইন কৰিড'ৰ গুৱাহাটীলৈ সম্প্ৰাসৰণৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রস্তাৱত অনুমোদন জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শ...

November 1, 2026 11:27 AM

views 31

NMMSS আঁচনিৰ অধীনত আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰলৈ বৃদ্ধি

শিক্ষা মন্ত্রালয়ে নেচনেল মিনচ-কাম-মেৰিট স্কলাৰশ্বিপ আঁচনিৰ অধীনত আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ ২০২৬-২৭ (NMMSS) শিক্ষাবৰ্ষৰ বাবে এই বছৰৰ ১৫ নৱেম্বৰলৈকে বৃদ্ধি কৰিছে। মন্ত্ৰ্যালয়ে কয় যে এই সম্প্ৰসাৰণে যোগ্য শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলত তেওঁলোকৰ আৱেদন সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় প্রদান কৰিব...

October 31, 2026 9:33 PM

views 6

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কয়, যে এই সিদ্ধান্তই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সা...

October 31, 2026 9:27 PM

views 9

দেশৰ আন অংশৰ লগতে অসমত ২৫ জানুৱাৰীত লোক-পিয়লৰ অন্তিম পৰ্যায় আৰম্ভ হ’ব

দেশৰ আন অংশৰ লগতে অসমত ২৫ জানুৱাৰীত লোক-পিয়লৰ অন্তিম পৰ্যায় আৰম্ভ হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রয়োজনীয় অধিসূচনা জাৰি কৰিছে। অন্তিম পৰ্য্যায়ৰ লোক-পিয়লতো স্ব-গণনাৰ সুবিধা উপলব্ধ হ'ব। অসমত ১০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰী পৰ্য্যন্ত এই সুবিধা মুকলি থাকিব। ২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰ...

October 31, 2026 9:18 PM

views 9

দেশজুৰি আজি চৰ্দাৰ বল্লবভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন

দেশজুৰি আজি চৰ্দাৰ বল্লবভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে। ভাৰতৰ লৌহ মানৱৰূপে পৰিচিত চৰ্দাৰ বল্লবভাই পেটেলে দেশৰ প্ৰথমগৰাকী উপ প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৫৬০ খনতকৈও সৰু সৰু দেশীয় ৰাজ্য একগোট কৰি শক্তিশালী ভাৰত নিৰ্মাণৰ যাত্ৰাত মহান...

October 31, 2026 1:12 PM

views 9

ইছৰ’ৰ পৰৱৰ্তী প্ৰজন্মৰ নেভিগেচন উপগ্রহ NVS-03 সফলভাৱে উৎক্ষেপন

দেশৰ থলুৱা উপগ্ৰহ নেভিগেচন সামর্থ্য শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰ’ই যোৱানিশা পৰৱৰ্তী প্ৰজন্মৰ নেভিগেচন উপগ্রহ NVS-03 সফলভাৱে উৎক্ষেপন কৰে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপনথলীৰ পৰা GSLV-F18 ৰকেটে উপগ্ৰহটো কঢ়...

October 31, 2026 1:04 PM

views 8

বেংকিং খণ্ডৰ পৰ্যালোচনা আৰু সংস্কাৰৰ পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে এখন উচ্চস্তৰীয় সমিতি গঠন

বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি দেশৰ বেংকিং খণ্ডৰ পৰ্যালোচনা আৰু সংস্কাৰৰ পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই সমিতখনে ভাৰতীয় বেংকিং খণ্ডক বিশ্ব বজাৰত প্ৰতিযোগিতামূলক, বিত্তীয়ভাৱে সৰ্বাংগীণ আৰু অধিক শক্তিশালী কৰি তুল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।