October 14, 2026 12:29 PM
7
দিল্লী ঘোষণা পত্ৰ গ্ৰহণেৰে বিমষ্টেক গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকৰ সামৰণি
দিল্লী ঘোষণা পত্ৰ গ্ৰহণেৰে নতুন দিল্লীত কালি বিমষ্টেক গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকৰ সামৰণি পৰে। এই ঘোষণা পত্ৰত বিমস্টেক ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু উগ্ৰবাদক কঠোৰভাৱে গৰিহণা দিয়ে। ঘোষণা পত্ৰত বিমষ্টেক ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন...