ৰাষ্ট্ৰীয়

September 16, 2026 12:47 PM

views 11

ইউ পি আইৰ মাধ্যমেৰে লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হ’লেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টতা

ইউ পি আইৰ মাধ্যমেৰে ব্যক্তিৰ মাজত লেনদেনৰ ক্ষেত্ৰত ধনৰাশি অধিক হ'লেও কোনোধৰণৰ মাচুল লোৱা নহয় বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰা মতে ক্ষুদ্র ব্যৱসায়সকলৰ বাবে শূন্য ব্যৱসায়িক ৰেহাইৰ হাৰ- এম ডি আৰ ব্যৱস্থাৰ অধীনত সামৰি লোৱা লেনদেনৰ উপৰি দুহেজাৰ টকা পৰ্যন্ত ধনৰ আদান-...

September 16, 2026 12:45 PM

views 6

কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৌশলগত স্বতন্ত্ৰতাৰ ওপৰত আস্থা আৰু স্বতন্ত্ৰ স্থিতি অক্ষুণ্ণ ৰাখি ভাৰতৰ বহুত্ববাদৰ প্ৰতি শক্তিশালী দায়বদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত ৬০ জয়শংকৰে এইকথা উল্ল...

September 16, 2026 12:43 PM

views 10

৬৯ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত ভাৰতীয় সংসদীয় প্রতিনিধি দলৰ অংশগ্ৰহণ

ভাৰতীয় সংসদীয় প্রতিনিধি দলে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত অনুষ্ঠিত হোৱা ৬৯ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ কৰিছে। ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ নেতৃত্বৰ এই প্ৰতিনিধি দলটোৰ লগতে সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩২ গৰাকী প্রিচাইডিং অফিছাৰ উপস্থিত থাকে। ৰাজ্যসভা সচিবালয়ৰ পৰা প্ৰকাশিত বি...

September 15, 2026 1:08 PM

views 8

দেশৰ পাইকাৰী মূল্য সূচাংক ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি

দেশৰ পাইকাৰী মূল্য সূচাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯ দশমিক ৭-৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯ দশমিক ৯-২ শতাংশ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূত ...

September 15, 2026 1:05 PM

views 12

ইউ পি আইৰ জৰিয়তে দুহেজাৰ টকা পৰ্যন্ত হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি চৰকাৰৰ ঘোষণা

 চৰকাৰে দুহেজাৰ টকা পৰ্যন্ত ইউ পি আইৰ জৰিয়তে হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। চৰকাৰী ৰাজপত্ৰ অধিসূচনা অনুসৰি ৰূপেৰ ডেবিট কাৰ্ডৰ জৰিয়তে হোৱা লেনদেনৰ ক্ষেত্ৰতো এই নিয়ম প্রযোজ্য হ'ব। এই অধিসূচনা অনুসৰি বেংক নাইবা কোনো পেমেণ্ট ব্যৱস্থা প্ৰদানকাৰীয়ে এনেদৰে ধনৰ আদান-প্...

September 15, 2026 12:57 PM

views 10

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা ১০৩৩ প্রযুক্তিগতভাৱে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বৰ্তমানৰ ১০৩৩ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা উন্নত প্রযুক্তিৰে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়াত কৰা লোকসকলক দ্রুত আৰু উন্নত সুবিধা প্ৰদান কৰাৰ অৰ্থে এই ব্যৱস্থা লোৱা হৈছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্...

September 15, 2026 12:52 PM

views 9

ভিয়েটনাম, ভাৰত মহাসাগৰ, আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি, আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰীয়, মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নতুন দিল্লীত অনুষ্ঠিত ঊনবিংশ ভাৰত-ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰ...

September 14, 2026 9:33 PM

views 11

ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে ড০ এছ জয়শংকৰৰ সহ অধ্যক্ষতা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত আৰু ভিয়েটনামৰ মাজৰ ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশাল...

September 14, 2026 9:31 PM

views 12

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশেষজ্ঞই ভাৰতে অষ্টাদশ ব্রিকচ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰা বুলি অভিহিত কৰিছে। এই শীর্ষ সন্মিলনত গৃহীত নতুন দিল্লী ঘোষণা পত্রই ভিন্ন মতাদৰ্শ থকা দেশসমূহৰ মাজতো সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ সফলতাক প্ৰতিফলিত কৰিছে বুলি বিশ্লেষকগৰাকীয়ে মন্তব্য কৰিছে। আটলাণ্টিক পৰিষদৰ...

September 14, 2026 9:26 PM

views 22

দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি

দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯.৭৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯.৯২ শতাংশ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।