ৰাষ্ট্ৰীয়

September 14, 2026 12:15 PM

views 41

অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাষ্ট্ৰজুৰি মাহজোৰা সেৱা সংকল্প অভিযান আয়োজনৰ কথা কালি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱা যাত্ৰাৰ ২৫ বর্ষপূর্তি আৰু ২০৪৭ চনৰ ভিতৰত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প শক্তিশালী কৰি তোলাৰ উদ্দ...

September 14, 2026 12:03 PM

views 25

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ কালি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনৰ সামৰণি ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ব্ৰিকছৰ বিবিধতা ইয়াৰ পৰিচয় আৰু সহযোগিতা ইয়াৰ অনুপ্ৰেৰণা হৈ ৰোৱা উচিত তথা ব্ৰিকছৰ প্ৰগতিয়ে মানৱতাৰ ক্ষেত্ৰত অৰ...

September 13, 2026 8:32 PM

views 209

১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ লগতে এন ডি এ মিত্ৰজোঁটৰ উপৰি কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছে। মুম্বাইত সংবাদ মাধ্যমৰ আগত শ্রীশ্বাহে প্রকাশ কৰা অনুসৰি এই অভিযানৰ জৰিয়তে জনভাগিদাৰী...

September 13, 2026 8:24 PM

views 9

দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙৰ প্রকাশ

দশকপূর্বে থকা প্রতিবন্ধকতা নেওচি মহামাৰী প্ৰস্তুতিৰ ক্ষেত্ৰত দেশ বহু দূৰ আগুৱাই যোৱা বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয় যে দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে। তদুপৰি দেশৰ বৈজ্ঞানিক প...

September 13, 2026 8:18 PM

views 7

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনৰ জৰিয়তে হিন্দী ভাষাৰ সংবর্ধনৰ লগতে অন্যান্য ভাৰতীয় ভাষাসমূহৰ লগতে হিন্দীৰ সমন্ব...

September 13, 2026 7:41 PM

views 9

বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে অকল এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰম্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকচ শীর্ষ সন্মিলনৰ মুকলি অধিবেশনত ভাষণ দি প্রধ...

September 13, 2026 7:24 PM

views 14

ক্ষুদ্র উদ্যমীসকলক জ্ঞান, বিত্ত আৰু নতুন বজাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে ব্রীকচ অতিক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ সহযোগিতা পোর্টেল গঠন কৰাৰ প্ৰস্তাৱ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকচ শীর্ষ সন্মিলনৰ মুকলি অধিবেশনত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  প্রযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অর্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্রয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদার্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি...

September 13, 2026 6:55 PM

views 14

নতুন দিল্লীত অষ্টাদশ ব্রীকছ শীর্ষ সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকছ শীর্ষ সম্মিলনৰ আজি সামৰণি পৰে। শীর্ষ সম্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত...

September 13, 2026 10:35 AM

views 17

ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা

ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত বৰ্ষৰ ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এটা যুটীয়া বিবৃতিত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্টগোষ্ঠীৰ অষ্ট...

September 12, 2026 4:56 PM

views 17

প্রধানমন্ত্রী ‘কিষাণ মান ধন যোজনা’ৰ ৭বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী কিষাণ মান ধন যোজনাই ৭বছৰ সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১১ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলি পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত ৬০ বছৰ পাৰ কৰা কৃষকসকলক তিনি হাজাৰ টকাকৈ পেন্সন দি অহা হৈছে। ইয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।