ৰাষ্ট্ৰীয়

September 12, 2026 10:56 AM

views 9

ৰাছিয়া আৰু ইৰানৰ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু দুগৰাকী নেতাই ৰাজনীতি, বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ ...

September 12, 2026 11:34 AM

views 18

অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত বিদেশী নেতা-জ্যেষ্ঠ বিষয়া

অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবো ছুবিয়াণ্টোই যোৱা নিশা ৰাজধানী মহানগৰখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্য মন্ত্ৰী সতীশ চন্দ্ৰ ডুবেই বিমান বন্দ...

September 11, 2026 8:54 PM

views 11

কংগ্ৰেছক সমালোচনা ভাৰতীয় জনতা পাৰ্টীৰ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ শাসনকালত ভাৰত বিশ্বৰ দুৰ্বল অৰ্থনীতিৰ ৫ খন ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰাষ্ট্ৰ আছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমান ভাৰত বিশ্বৰ শীৰ্ষ ৫ খন অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম সম্ভাৱনাপূর্ণ স্থা...

September 11, 2026 8:52 PM

views 9

ভাৰতে জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব বুলি সীতাৰমনৰ প্ৰকাশ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ভাৰতে দায়বদ্ধতা, সুৰক্ষা আৰু জনসাধাৰণৰ আস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নকৰাকৈ প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। গ্লোবেল ফিনটেক ফেষ্টিভেল ২০২৬ ত সম্বোধন কৰি শ্ৰীমতী সীতাৰমনে কয় যে দেশৰ যুৱ প্ৰজন্ম সুযোগৰ বাবে অপেক্ষা কৰা নাই, ইয়াৰ পৰিৱৰ্তে মঞ্চ...

September 11, 2026 8:46 PM

views 9

ব্ৰীকচ শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইৰাণৰ ৰাষ্ট্ৰপতি নতুন দিল্লীত উপস্থিত

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন আজি ব্ৰীকচ শীর্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ বিভাগৰ ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰে শ্ৰীপেজেস্কিয়নক আদৰণি জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে ভা...

September 11, 2026 8:43 PM

views 10

ভাৰত মণ্ডপমত ব্ৰীকচ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ব্ৰীকচ ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ আলোচনা সত্ৰ চলি আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীকে ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছাকে ধৰি ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলেও এই আলোচনাত ভাগ লৈছে। অনুষ্ঠানত...

September 11, 2026 8:40 PM

views 11

নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমীৰ পুটিন আজি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত পর্যালোচনা বৈঠকত মিলিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ৰাজনৈতিক, অর্থনৈতিক, প্ৰতিৰক্ষা শক্তি, মহাকাশ, দক্ষতা বিকাশ, আদি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত পর্যালোচনা বৈঠকত মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত নেতা দুগৰাকীয়ে পশ্চিম এছিয়াৰ ...

September 11, 2026 8:02 PM

views 9

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ অষ্টাদশ ব্রিকছ শীৰ্ষ সন্মিলন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্রিকছ শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল...

September 11, 2026 10:47 AM

views 10

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক সমিতিৰ ৭৯ সংখ্যক অধিবেশন

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আঞ্চলিক স্বাস্থ্য সহযোগিতা সুদৃঢ় কৰা আৰু উন্নত স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ প্রতিশ্রুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্রীনাড্ডাই কালি টিমোৰ লেস্টেত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক সমিতিৰ ৭৯ সংখ্যক অধিবেশনত ভা...

September 11, 2026 10:34 AM

views 5

ভাৰত গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি : আই এম এফ

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ভাৰতীয় অর্থব্যৱস্থাৰ বিকাশ হাৰ ৭.৮ শতাংশ হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি-আই এম এফে ভাৰতক গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি বুলি অভিহিত কৰিছে। আই এম এফৰ যোগাযোগ বিভাগৰ সঞ্চালক জুলি ক'জেকে ইন্ধনৰ মূল্য আকস্মিক বৃদ্ধি সত্বেও সেবা আৰু ৰপ্তানি খণ্ডৰ প্ৰদৰ্শনৰ বল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।