September 12, 2026 4:53 PM
7
শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে দেশবাসীলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শুভেচ্ছা
শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী শ্বাহে কয়, যে শ্ৰী গুৰুগোবিন্দ সিঙে শ্ৰীগুৰু গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন – জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে।...