ৰাষ্ট্ৰীয়

September 14, 2026 9:26 PM

views 8

ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ প্রতিনিধি দলৰ কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্র সিঙক সাক্ষাৎ

ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলে আজি কৰ্মচাৰী, ৰাজহুৱা দাবী নিস্পত্তি আৰু পেঞ্চন মন্ত্ৰী ড° জীতেন্দ্র সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি ডাক সেৱাৰ ৰূপান্তৰকৰণৰ লগতে বিভাগটোৰ কৰ্মচাৰী সংস্থা আৰু পেঞ্চনভোগীসকলৰ বিভিন্ন সমস্যা সম্পর্কে আলোচনা কৰে। প্ৰতিনিধি দলটোৱে ভাৰতীয় ডাক বিভাগক...

September 14, 2026 8:44 PM

views 13

বেলুচিস্তানৰ কয়লা খনিত গেছ বিস্ফোৰণৰ ঘটনাত ৪ জন শ্রমিক নিহত

পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তানৰ এটা কয়লা খনিত হোৱা গেছ বিস্ফোৰণৰ ঘটনাত ৪ জন শ্রমিক নিহত হোৱাৰ লগতে ৫ জন শ্রমিক আহত হয়। হাৰ্নাই জিলাৰ এটা কয়লা খনিৰ ভিতৰত কালি এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা আগষ্টত বেলুচিস্তানৰ ডুকি জিলাত এটা কয়লা খনিত কৰ্মৰত অৱস্থাত উশাহত বিষাক্ত মিথেন...

September 14, 2026 8:42 PM

views 10

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নৱী ...

September 14, 2026 8:22 PM

views 7

সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানৰ

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানে সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ হাতত থিৰুকুৰালৰ ৰুছ অনুবাদৰ প্ৰতিলিপি অৰ্পণ কৰাৰ বাবে তেওঁ শ্ৰীমোদীক ধন্যবাদ জ্ঞাপন ক...

September 14, 2026 8:20 PM

views 10

বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশৰ ইচ্ছা প্ৰকাশ

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী হুমায়ুন কবিৰে বহুপাক্ষিক মঞ্চসমূহৰ পৰিৱৰ্তে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে নতুন সম্পৰ্কৰ দিশে আগবাঢ়িবলৈ বাংলাদেশে ইচ্ছা প্ৰকাশ কৰা বুলি সদৰি কৰিছে। ঢাকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে মত-বিনিময় কৰি হুমায়ুন কবিৰে কয়, যে সম্প্ৰতি দেশ ...

September 14, 2026 8:16 PM

views 20

BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয়, যে এই শীর্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰী সিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে ...

September 14, 2026 5:43 PM

views 4

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী।

September 14, 2026 1:23 PM

views 6

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত সোণালী ঘোষৰ সংবাদমেল আয়োজন

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্ৰীমতী ঘোষে কয়, যে তিনিচুকীয়াৰ এজন মালিকে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্য প্রাণী সুৰক্ষা আই...

September 14, 2026 12:56 PM

views 7

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নৱী ...

September 14, 2026 12:20 PM

views 27

গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন

দেশজুৰি আজি শ্ৰদ্ধা আৰু উলহ-মালহেৰে গণেশ চতুর্থী পালন কৰা হৈছে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয় যি হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ হিচাপেও পৰিচিত এই দিনটোৰ পৰাই ১০ দিনীয়া মহোৎসৱ আৰম্ভ হয় আৰু ভক্তসকলে ভগৱান গণেশৰ মৃণ্ময় মূৰ্তি ঘৰত ৰাখি পূজা-অৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।