ৰাষ্ট্ৰীয়

September 17, 2026 12:42 PM

views 4

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাটে কালি কয় যে ভাৰতৰ বৈচিত্যময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্রতিনিধিত্ব কৰা চিত্রকলা, বস্ত্র, মূৰ্তি, প্র...

September 17, 2026 12:23 PM

views 8

ভাৰতৰ তথাকথিত পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই

ভাৰতে তথাকথিত পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, পাকিস্তানৰ অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডৰ সৈতে জড়িত কোনো ব্যৱস্থাত চামিল হোৱাৰ অধিকাৰ নাই । তেওঁ কয়, যে এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী ...

September 17, 2026 11:45 AM

views 24

৭৬ সংখ্যক জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিকে ধৰি বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে কৈছে প্রধান...

September 16, 2026 7:37 PM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম কাইলৈ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম কাইলৈৰ পৰা আৰম্ভ হ'ব। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে ভাৰতৰ বৈচিত্যময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্রতিনিধিত্ব কৰা চিত্রকলা, বস্ত্র, মূৰ্তি, প্রাচীন আৰু ...

September 16, 2026 7:32 PM

views 6

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ এছ এছ এ মুকলি

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ভার্চুৱেল ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বচ্ছ সেৱা অংকলন চমুকৈ এছ এছ এ মুকলি কৰে। মন্ত্ৰালয়ে জনায় যে এছ এছ এ হৈছে গ্রামাঞ্চলত অনাময় সেৱা প্ৰদানৰ মূল্যায়ন আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক ডিজিটেল স্বমূল্যায়নৰ পৰিকাঠামো। ইয়া...

September 16, 2026 7:27 PM

views 4

কেন্দ্ৰীয় মন্ত্ৰীসভাত সুৰক্ষা মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত

কেন্দ্ৰীয় কেবিনেটে কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। কেবিনেট বৈঠকত অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে এই সিদ্ধান্তই বাধ্যতামূলক কৰ্মচাৰী ভৱিষ্যনিধি পুঁজি চমুকৈ ই এফ অ পৰিসৰৰ ভিত...

September 16, 2026 7:14 PM

views 6

ভূটানৰ বৈদেশিক মন্ত্রীক সাক্ষাৎ মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি থিম্ফুত ভূটানৰ বৈদেশিক মন্ত্রী লিয়নপ ডি এন ধুংগিয়েলক সাক্ষাৎ কৰে আৰু যুটীয়াভাৱে সহযোগিতাৰ ওপৰত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে আলোচনা কালত তেওঁলোকে উন্নয়নমূলক অংশীদাৰিত্ব, শক্তি, বাণিজ্য, সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত...

September 16, 2026 7:09 PM

views 7

নিউজিলেণ্ড আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ

নিউজিলেণ্ডৰ প্ৰধানমন্ত্রী ক্রিষ্টোফাৰ লাক্সনে আজি ভাৰতৰ সৈতে দেশৰ মুক্ত বাণিজ্য চুক্তিক এক যুগান্তকাৰী চুক্তি হিচাপে প্ৰশংসা কৰে –যিয়ে ১৪০ কোটি ভাৰতীয় গ্ৰাহকৰ বাবে প্ৰবেশৰ দ্বাৰ মুকলি কৰিব আৰু নিউজিলেণ্ডত চাকৰি আৰু উপাৰ্জন বৃদ্ধিত সহায় কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীলাক্সনে কয় যে এই চুক্তি...

September 16, 2026 12:53 PM

views 6

নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৯৯ লৈ বৃদ্ধি

নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৯৯ লৈ বৃদ্ধি পাইছে। উদ্ধাৰকাৰী দলে বর্তমানলৈকে ১৩,৭৪২ গৰাকী লোকক উদ্ধাৰ কৰিছে। প্ৰায় ৫,১৭০ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে।যোৱা ২৬ আগষ্টত নেপাল-তিব্বত সীমান্তৰ ওচৰত হিমস্খলনৰ ফলত সৃষ্টি হোৱা এই আকস্মিক বানে উত্তৰ আৰু মধ্য নেপালৰ চহৰ আৰু গাঁওসমূহ ধ্বং...

September 16, 2026 12:51 PM

views 6

উত্তৰাখণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ ২২ সংখ্যক সংস্কৰণ অনুষ্ঠিত

উত্তৰাখণ্ডৰ আউলীত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ ২২ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। আউলীৰ বিদেশী প্ৰশিক্ষণত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান কালি অনুষ্ঠিত হয়। আউলীৰ লগতে ৰাজস্থানৰ মহাজান ফিল্ড ফায়াৰিং ৰেঞ্জতো এই অনুশীলনৰ আয়োজন কৰা হৈছে। দুয়োটা বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।