ব্যৱসায়

November 8, 2026 11:11 AM

views 4

ৰাজ্যত কৃষি উৎপাদন কোম্পানীৰ সংখ্যা ডেৰ হাজাৰলৈ বৃদ্ধিৰ লক্ষ্য

কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি গোৱালপাৰা জিলাৰ দেউলগুৰিত তৈল খেজুৰৰ খেতি পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ এই খেতিৰ সৈতে জড়িত কৃষক আৰু আন অংশীদাৰসকলৰ উপস্থিতিত কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত কৃষক পঞ্জীয়ন প্রক্রিয়া, পুলি বিতৰণ, তৈল ...

November 1, 2026 12:50 PM

views 12

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ কৃষি ক্ষেত্ৰক আধুনিক স্বচ্ছ আৰু প্ৰযুক্তি নিৰ্ভৰ অর্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১ টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ আৰম্ভ হৈছে। এইবাৰ প্ৰ...

October 25, 2026 6:54 PM

views 15

উত্তৰ-পূৰ্বাঞ্চলৰ মিলেট খেতিৰ চহকী পৰম্পৰাৰ বিষয়ে মন কী বাতত প্ৰধানমন্ত্ৰীৰ আলোকপাত

দেশে অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকী পালন কৰিব আৰু এই দিনটো একতা দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে একতা দিৱসৰ দিনা সমগ্ৰ দেশত একতাৰ দৌৰৰ আয়োজন কৰা হ'ব। ভাৰতৰ আহ্বান মর্মে ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মিলেট বর্ষ হিচাপে উদযাপন কৰাৰ...

October 25, 2026 10:55 AM

views 16

অসমত ২০২৬-২৭ খাৰিফ বিপণন বৰ্ষত ৮ লাখ ৪৯ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য

  ৰাজ্য চৰকাৰে ২০২৬-২৭ খাৰিফ বিপনন বৰ্ষৰ প্ৰথম শস্য ৰোপণৰ সময়ছোৱাত ৮ লাখ ৪৯ হাজাৰ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্য ঠিৰাং কৰিছে। পহিলা নৱেম্বৰত এই ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অহা বছৰৰ ৩১ মে'লৈ অব্যাহত থাকিব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰে ৰাজ্যৰ ৩৫ খন জি...

October 21, 2026 8:05 PM

views 17

লাহে লুমছৰ প্ৰতিষ্ঠাপক জাহ্নবী ফুকনৰ ২০২৬ বৰ্ষৰ মিনিংফুল বিজনেচ হান্ড্রেদ বঁটাৰ বাবে বাচনি লাভ কৰা ১০০ গৰাকী ব্যৱসায়ীৰ ভিতৰত স্থান লাভ

লাহে লুমছৰ প্ৰতিষ্ঠাপক জাহ্নবী ফুকনে ২০২৬ বৰ্ষৰ মিনিংফুল বিজনেচ হান্ড্রেদ বঁটাৰ বাবে বাচনি লাভ কৰা ১০০ গৰাকী ব্যৱসায়ীৰ ভিতৰত স্থান লাভ কৰিছে। ব্যৱসায়ৰ সৈতে সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱৰ সমন্বয়ৰ বাবে জাহ্নবী ফুকনক এই বঁটাৰ বাবে বাচনি কৰা হৈছে। তেওঁৰ প্ৰতিষ্ঠান লাহে লুমচে মহিলা শিপিনীসকলৰ বাবে ...

October 11, 2026 10:41 AM

views 32

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ এবছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশৰ ১০০ খন অভিলাসী কৃষি জিলাৰ কৃষি খণ্ড সুদৃঢ় কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ আজিৰ দিনটোতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, জিলা ভিত্তিক কৃষি আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই আঁচনিৰ জৰিয়তে ১১টা মন্ত্ৰ্যালয় আৰু বিভা...

October 2, 2026 12:27 PM

views 38

ব্যৱসায় সুচলতা আইন ২০২৬ৰ সংশোধনীৰে কেতবোৰ অনুমোদন, প্রমাণপত্ৰ আৰু অনুজ্ঞাপত্ৰ স্বয়ংক্রিয়ভাৱে নবীকৰণৰ ব্যৱস্থা কৰা হৈছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূর্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। এনে প্রয়াসৰ অংশ হ...

October 2, 2026 11:02 AM

views 29

ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৭হাজাৰ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নির্ধাৰণ

অহা পাঁচ বছৰৰ ভিতৰত ভাৰত আৰু কানাডাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ প্রায় ৩০ বিলিয়ন ডলাৰৰ পৰা ৭০ বিলিয়ন ডলাৰলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্রী মনিন্দৰ সিধুৱে প্ৰকাশ কৰা অনুসৰি, দুয়োখন দেশে বিস্তৃত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশে খৰতকীয়াকৈ পদক্ষেপ ...

September 21, 2026 8:16 PM

views 32

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ এশ শতাংশ শুল্কবিহীন ৰপ্তানীৰ সুযোগ দিব। তেওঁ কয়, যে এই কৌশলগত অংশীদাৰিত...

September 20, 2026 8:47 PM

views 34

জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত  কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ আলোচনা

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি কয়, যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। ...