September 11, 2026 10:29 AM
7
পৰম্পৰাগত বীজৰ জাতসমূহৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব : কৃষিমন্ত্রী শিৱৰাজ সিং
প্ৰস্তাৱিত নতুন বীজ আইনৰ অধীনত কৃষকৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব আৰু পৰম্পৰাগত বীজৰ জাতসমূহৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব বুলি কেন্দ্রীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত কৃষক সংগঠনৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি তেওঁ এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ১৯৬৬ ...