ৰাষ্ট্ৰীয়

September 10, 2026 12:54 PM

views 10

কৰ্মচাৰী বীমা নিগম চিকিৎসালয়— ই এছ আই চি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ মিজোৰাম চৰকাৰৰ দাবী

মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন কৰ্মচাৰী বীমা নিগম চিকিৎসালয়— ই এছ আই চি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। ৰাজ্যৰ শ্রম মন্ত্ৰী লালিংল’ভা মা’ৰে কেন্দ্ৰীয় শ্ৰম আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ লগ...

September 10, 2026 12:48 PM

views 28

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘আত্মহত্যাৰ ধাৰণাৰ পৰিৱ...

September 9, 2026 8:31 PM

views 12

শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমানা দিশানায়কক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সাক্ষাৎ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমানা দিশানায়কক আজি কলম্বোত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু শ্রীলংকাৰ মাজত থকা বহুপাক্ষিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই অঞ্চলটোৰ সুৰক্ষা, শান্তি আৰু সমৃদ্ধিৰ বাবে দৃঢ়তা প্রকাশ কৰে। চুবুৰীয়া দেশ দুখনৰ মাজত থকা সভ্যতাগত সম্ব...

September 9, 2026 8:29 PM

views 5

কেন্দ্ৰীয় মন্ত্রীসভাৰ সিদ্ধান্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্রীসভাৰ সিদ্ধান্তই যাত্ৰীৰ খৰতকীয়া যাতায়ত, শক্তিশালী যোগাযোগ ব্যৱস্থা আৰু অতিৰিক্ত সামগ্ৰী পৰিবহন ক্ষমতা বৃদ্ধি কৰিব বুলি প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্রধানমন্ত্ৰীগৰাকীয়ে ১০ হাজাৰ কোটি টকাতকৈ অধিক ব্যয়সাপেক্ষ পাঁচটা ৰে'ল প্রকল্পই দক্ষি...

September 9, 2026 8:26 PM

views 8

বহু-তৰপীয়া তিনিটা ৰে’লৱে প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ১০,৭০০ কোটি টকাৰো অধিক ব্যয়ৰ বহু-তৰপীয়া তিনিটা ৰে'লৱে আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এই আঁচনিয়ে দেশৰ পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা, মধ্য প্রদেশ আৰু ছত্তিশগড়ৰ ১৪খন জিলাক সামৰি ল'ব। এই আঁচনিৰ অধীনত ৰেলৱেৰ নেটৱৰ্ক আৰু ৬৫৬ কিলো...

September 8, 2026 8:17 PM

views 11

মণিপুৰৰ বাদ্যযন্ত্রী ছংথম বিক্রম সিঙৰ হত্যাক লৈ ড’নাৰ মন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত মণিপুৰৰ বাদ্যযন্ত্রী ছংথম বিক্রম সিঙৰ হত্যাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ নিৰাপত্তা আৰু মর্যাদাৰ বিষয়টোক লৈ কোনো কাৰণতে আপোচ কৰিব নোৱাৰি। তেওঁ ঘটনাৰ সৈতে জড়...

September 8, 2026 8:14 PM

views 13

ব্রিকছ শীর্ষ সন্মিলনত কেইবাখনো দেশৰ নেতৃবৰ্গৰে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্রধানমন্ত্রী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১২ আৰু ১৩ ছেপ্তেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্রিকছ শীর্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণৰীৰ জয়ছৱালে এই কথা সদৰি কৰে। তেওঁ কয় যে এই দ্বিপাক্...

September 8, 2026 8:12 PM

views 8

নবছাৰিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিজেপিৰ নৱনির্মিত কার্যালয় উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্রতিনিধিসকলক উন্নয়নমূলক আঁচনিৰ লাভ সমাজৰ শেষৰজন ব্যক্তিয়েও লাভ কৰাটো নিশ্চিত কৰাৰ লগতে সামাজিক সেৱা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল'বলৈ আহ্বান জনাইছে। নবছাৰিত আজি বিজেপিৰ নৱনির্মিত কার্যালয় উদ্বোধন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্রধানমন্ত...

September 8, 2026 12:25 PM

views 11

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হব

উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ভ্রমণসূচীৰে অসমত পৰহি উপস্থিত হোৱা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হ'ব। তেওঁ অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থকাৰ লগতে গেলেৰী আৰু সংগ্ৰাহালয় দৰ্শন কৰিব। তেওঁ লগতে ইটানগৰত থকা জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহালয় আৰু শ্ৰৱণ আৰু দৃষ্টিশক্ত...

September 8, 2026 12:20 PM

views 13

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। গুজৰাটৰ বদোদাত প্ৰধানমন্ত্রীয়ে ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ২০ হাজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিড'ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।