ৰাষ্ট্ৰীয়

September 7, 2026 2:24 PM

views 22

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বদোদাত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ২০,৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিড'ৰৰ তিনিটা গুৰ...

September 7, 2026 2:21 PM

views 18

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত বুধবাৰে নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ মুকলি কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনৱাড়ী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনৱাড়ী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু...

September 7, 2026 2:14 PM

views 12

ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত লাক্‌জেমবাৰ্গৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেভিয়াৰ বেটেল

লাক্‌জেমবাৰ্গৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেভিয়াৰ বেটেল ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শ্রীবেটেলে আজি ৰাষ্ট্ৰীয় ৰাজধানীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক...

September 7, 2026 2:14 PM

views 8

বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়ঃ প্রকাশ শ্রীবাস্তৱ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱে কয়, যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়। নতুন দিল্লীত আজি নীলা আকাশ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱসৰ কাৰ্যসূচীত সম্বোধন কৰি ন্যায়াধীশ শ্রীবাস্তৱে কয়, যে সুস্থ জীৱন-যাপনৰ বাবে বিশু...

September 7, 2026 12:43 PM

views 30

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা ১১ গৰাকী লোকৰ ভিতৰত ৫ গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন...

September 6, 2026 8:20 PM

views 14

নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত এটা পাঁচ মহলীয়া অট্টালিকা খহি পৰে

নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা পাঁচ মহলীয়া অট্টালিকা খহি পৰে। দিল্লী অগ্নিনির্বাপক সেৱাই জনোৱা মতে, তিনিজন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১৮খন অগ্নিনির্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত মোতায়েন কৰা হৈছে। দিল্লীৰ উপ ৰাজ্যপাল তাৰণজিৎ সিং সন্ধুৱে সংশ...

September 6, 2026 8:13 PM

views 8

স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবৰ আহ্বান

কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবে স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱিক বৈচিত্র্য বর্ড আৰু কেন্দ্রীয় শাসিত অঞ্চল জৈৱ বৈচিত্র্য পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে...

September 6, 2026 12:29 PM

views 16

ৰাজ্যসভাৰ সাংসদ ড° দীনেশ শর্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি

ৰাজ্যসভাৰ বিজেপি সাংসদ ড° দীনেশ শর্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ২০১৭ চনৰ ৮ অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল (অৱসৰপ্ৰাপ্ত) ডি কে যোশীৰ পাছত ড° শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। ৬২ বছৰীয়া ড° শৰ্মা ইয়াৰ পূৰ্বে...

September 6, 2026 10:46 AM

views 27

দেশৰ যুবপ্ৰজন্মক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ-নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ-নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্র...

September 6, 2026 10:50 AM

views 7

গোলকীয় অনিশ্চয়তা স্বত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৭.৮ শতাংশ হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ প্রতিফলিত হৈছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

নিৰন্তৰ সমালোচনা কৰাসকলৰ বাবে প্ৰমাণসিদ্ধ অর্থনৈতিক তথ্য প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত এপ্ৰিল আৰু জুনৰ মাজৰ সময়ছোৱাত বিদ্যুৎ উৎপাদন ৯ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়, যে এই সময়ছোৱাত বাহনৰ বিক্ৰী সামগ্রীকভাৱে ২০ শতাংশৰো অধিক বৃদ্ধি পায়। ইয়াৰে ভিতৰত দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় ২০ শতাং...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।