September 8, 2026 12:19 PM
21
মুম্বাইত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্লোৱেল ফিনটেক ফেষ্ট-২০২৬ৰ উদ্বোধন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্লোৱেল ফিনটেক ফেষ্ট-চমুকৈ জি এফ এফ ২০২৬ৰ উদ্বোধন কৰিব। এই বৰ্ষৰ জি এফ এফ ২০২৬ৰ মূল বিষয়বস্তু হৈছে- “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance." জি এফ এফ হৈছে বিশ্বৰ অন্যতম ...