ৰাষ্ট্ৰীয়

September 5, 2026 7:54 PM

views 12

নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ৩৪৪ লৈ বৃদ্ধি

নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ৩৪৪ লৈ বৃদ্ধি পাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৮ খন প্ৰভাৱিত জিলাত উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে ১৩ হাজাৰৰ অধিক লোকক উদ্ধাৰ কৰিছে। প্ৰায় ৫ হাজাৰ লোক এতিয়া সন্ধানহীন হৈ আছে। নুৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধ্বংসস্তূপৰ মা...

September 5, 2026 7:46 PM

views 13

চি পি ৰাধাকৃষ্ণণ কাইলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ চাৰিদিনীয়া ভ্রমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্রতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দ...

September 5, 2026 7:44 PM

views 18

গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মূৰ প্ৰকাশ

গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। শিক্ষক দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্রদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুমুৱে এইদৰে প্ৰকাশ কৰে। তেঁও কয়, যে শিক্ষকক সন্মান কৰা সমাজকহে প্ৰকৃতাৰ্থত প্...

September 5, 2026 11:13 AM

views 15

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ চাৰে ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্...

September 5, 2026 11:06 AM

views 13

এ আই গৱৰ্ননেন্স, শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আইসহ ৬টা প্রতিষ্ঠানৰে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাজ্য চৰকাৰে এ আই গৱৰ্ণনেন্স, শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আই সহ ৬টা প্রতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলিপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল এ আই, আই আই টি মাদ্রাজ, একষ্টেপ, কেনভা এডুকেচন, এডুকেট গাৰ্লছ আৰু বোধন এ আইৰ সৈতে এই চুক্তি সম্পাদিত হয়। বুজাবুজিৰ চু...

September 5, 2026 11:02 AM

views 18

নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাক অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ সাক্ষাৎ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী...

September 5, 2026 10:17 AM

views 33

মহিলাৰ টি-২০ এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত-পাকিস্তান

মহিলাৰ টি-২০ এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয় লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। যোৱা নিশা ডুবাই...

September 5, 2026 10:16 AM

views 19

গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল ২০২৬

গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল ২০২৬ অনুষ্ঠিত হ'ব। এই শৃংখলত ১৯ খন দেশৰ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী পেৰা শৃংখল অনুষ্ঠিত হৈছে। আহমেদাবাদৰ সাবৰমতি ৰিভাৰ ফ্ৰণ্টত অনুষ্ঠিত এই শৃংখলৰ তৃতীয় পৰ্যায় ৯ ছেপ্তেম্বৰত সামৰণি পৰিব । কেন্দ্ৰীয় ...

September 5, 2026 10:15 AM

views 27

নতুন দিল্লীত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন

নতুন দিল্লীত কালিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আ...

September 5, 2026 10:14 AM

views 11

পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ’কিক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাৰ্ছত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰ'কিক সাক্ষাৎ কৰি ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভাৰত-পোলেও সংসদীয় গোটৰ সদস্যসকলকো সাক্ষাৎ কৰি সমসাময়িক ভাৰত-পোলেণ্ড সম্পর্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে৷ ইয়াৰ পূৰ্বে মন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।