উচ্চতম ন্যায়ালয়ে যন্তৰ-মন্তৰ আৰু দিল্লীৰ বাহিৰৰ অন্য ঠাইত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো দিশৰ তদন্তৰ বাবে এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত সমিতি গঠন কৰিছে

উচ্চতম ন্যায়ালয়ে চলিত বছৰৰ জুলাইত যন্ত্ৰৰ-মন্তৰ আৰু দিল্লীৰ বাহিৰৰ অন্য ঠাইত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো দিশৰ তদন্তৰ বাবে এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত সমিতি গঠন কৰি দিছে।

তদুপৰি ক্ষতিগ্রস্ত লোকসকলৰ সুবিধার্থে এটা পোর্টেল মুকলি কৰা হৈছে। এই সমিতিখনে চলিত বছৰৰ ১৮ আগষ্টত উচ্চতম ন্যায়ালয়ে দিয়া আদেশৰ ১২ আৰু ১৩ নম্বৰ অনুচ্ছেদ তথা ১০ ছেপ্টেম্বৰত এই আদেশৰ ৫ নম্বৰ অনুচ্ছেদত সকলো বিষয় পৰীক্ষা কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।