September 4, 2026 12:48 PM
77
ৰাজ্যিক কৃতি শিক্ষক বঁটা ২০২৬ৰ বাবে ১৫গৰাকী শিক্ষকক বাছনি
ৰাজ্যিক কৃতি শিক্ষক বঁটা-২০২৬ৰ বাবে ১৫ গৰাকী শিক্ষকক বাছনি কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদনমর্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কালি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। যোৰহাট জিলাৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলিমা বৰা, কামৰূপ মহানগৰৰ...