ৰাষ্ট্ৰীয়

August 22, 2026 12:47 PM

views 29

ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত জয়পুৰ ঘোষণাপত্র সৰ্বসম্মতিক্রমে গ্রহণ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণাপত্র সৰ্বসম্মতিক্রমে গ্রহণ কৰা হয়। এই ঘোষণাপত্রই ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পর্যটন সহযোগিতা শক্তিশালী কৰাৰ পৰিকাঠামো প্ৰদান কৰে। ঘোষণাপত্ৰত পর্যটনত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, বহনক্ষম পর্যটন পদ্ধতি, দক্ষতা বিকাশ আৰু নি...

August 22, 2026 12:37 PM

views 21

সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাহে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাহে। যি প্রতিশ্রুতিয়ে জনসাধাৰণ, বিকাশ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ নীতি নির্ধাৰণ কৰে। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ বন্ধু লিডাৰ্ছ মঞ্চত ভাষণ দি প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে সংস...

August 21, 2026 8:28 PM

views 18

দেশত এইচ ওৱান, এন ওৱান ইনফ্লুয়েঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা মন্ত্রী জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীক বিশেষ গুৰুত্ব দি দেশত চলি থকা পৰিস্থিতি আৰু এইচ ওৱান, এন ওৱান ইনফ্লুয়েঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জনোৱা মতে, শ্রীনাড্ডাই ৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰি আৰু মহামাৰী বিজ্ঞানৰ পৰিস্থিতি, আই এল ...

August 21, 2026 8:26 PM

views 30

নতুন দিল্লীত মোবাইল ফোন নির্মাণ আঁচনি মুকলি

কেন্দ্রীয় বৈদ্যুতিক আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নির্মাণ আঁচনি এম পি এম এছ মুকলি কৰে। কেন্দ্রীয় কেবিনেটে যোৱা মাহত এই আঁচনিৰ বাবে বাজেটত প্রায় ৬২ হাজাৰ ৫০০ কোটি টকা আবণ্টনৰ প্রস্তাৱত অনুমোদন জনাইছিল। আঁচনি মুকলি কৰি সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া ভাষণত শ্রীবৈষ...

August 21, 2026 8:21 PM

views 28

পুনেত BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি

আমাৰ দেশে এটা বহনক্ষম, বিশ্বাসী, উদ্ভাবনীমূলক, শক্তিশালী আৰু সর্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্রকাশ কৰিছে। পুনেত আজি BRICS ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্রীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজ...

August 21, 2026 8:19 PM

views 15

ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ২০ টা মহাকাশ ষ্টার্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আলোচনাৰ সময়ছোৱাত শ্রীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে। আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যা...

August 21, 2026 6:39 PM

views 32

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে ২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-ব...

August 21, 2026 6:38 PM

views 35

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ...

August 19, 2026 8:34 PM

views 27

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে’ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে'ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় কেবিনেটে আজি ১৩ হাজাৰ ৪১ কোটি টকাৰ প্...

August 19, 2026 8:33 PM

views 28

মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্রদ্ধাঞ্জলি

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি স্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।