ৰাষ্ট্ৰীয়

August 19, 2026 11:25 AM

views 15

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা— এন টি এই ইয়াৰ পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শিক্ষা মন্ত্রালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালিজাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চাৰিত্ৰৰপীয়া নিৰীক্ষণ ...

August 19, 2026 11:22 AM

views 9

ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি পীয়ুষ গোৱেলৰ প্ৰকাশ

ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশি দিয়া ভাষণত শ্রীগোৱেলে কয়, যে ভাৰত আৰু জাপানে ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চল...

August 14, 2026 12:04 PM

views 41

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। নেডাৰলেণ্ডছত হ'বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেল্‌ছ, ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্রুপতে আছে। কাইলৈ বিয়লি চাৰে চাৰি বজাত ভাৰতৰ পুৰুষ দলটো প্ৰথমখন খেলত ৱেল্‌ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, ১৭ আগষ্টত ইংলে...

August 14, 2026 12:03 PM

views 27

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুস্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ-বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰ...

August 14, 2026 12:00 PM

views 111

কাইলৈ ৮০সংখ্যক স্বাধীনতা দিৱস; খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

সমগ্র দেশে কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্রহণ ক...

August 14, 2026 11:59 AM

views 39

ৰাজ্যৰ প্ৰতিখন জিলাতে ৰূপায়ণ হৰ ঘৰ তিৰংগা অভিযান; গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰ হৰ ঘৰ তিৰংগা যাত্ৰাত অংশগ্রহণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি ৫ বজাত হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰিব। আনহাতে, ডিব্ৰুগড়ৰ টে...

August 14, 2026 11:56 AM

views 17

অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰা, ডাঃ ৰণোজ পেগু আৰু কেইবাটাও সংগঠনৰ বৈঠক

ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জি...

August 14, 2026 9:58 AM

views 42

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব । দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব।  হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ...

August 14, 2026 9:54 AM

views 14

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে ১৫ ছেপ্তেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব।  অৱশ্যে বিয়লি ৫ বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি...

August 14, 2026 9:52 AM

views 29

সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছত কালি বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়।  অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাৰ কাম-ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।