ৰাষ্ট্ৰীয়

August 19, 2026 6:45 PM

views 19

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব

উপ-ৰাষ্ট্ৰপতি চি. পি ৰাধাকৃষ্ণণে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালত তেওঁ ডোৰাদুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ ২০২৫-২৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়া সকলক উদ্দেশ্যি ভাষণ দিব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন...

August 19, 2026 6:38 PM

views 18

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

ভাৰতৰ অৰ্থনৈতিক বিকাশে বর্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু ৬ ৰ পৰা ৮ শতাংশ অর্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্রদেশ-জাপান বিনিয়োগ সন্মিলন ২০২৬ ত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয়, যে দেশৰ অৰ্থনৈত...

August 19, 2026 6:34 PM

views 20

ভাৰত আৰু ছিংগাপুৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল

ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ ৭০ গৰাকী আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্রতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ...

August 19, 2026 6:37 PM

views 11

ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা

ছিংগাপুৰৰত কাইলৈ হ'বলগীয়া ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দেশখনলৈ ৰাওনা হৈছে। এই মেজমেল দুয়োদেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নির্মাণখণ্ড, যোগাযোগ, ডিজিটেলাইজেছন, স্বাস্থ্য সেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহনক্ষমতা এই ৬টা বি...

August 19, 2026 11:41 AM

views 8

দেশজুৰি পৰিয়ালসমূহক পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগণিমূলক আঁচনিত অনুমোদন

দেশজুৰি পৰিয়ালসমূহক নিৰাপদ, স্বচ্ছ আৰু সুলভ মূল্যৰ ৰন্ধন গেছ পাইপযোগে যোগানৰ লক্ষ্যৰে ঘৰুৱা পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগণিমূলক আঁচনিত অনুমোদন জনাইছে। অহা ১ ছেপ্তেম্বৰৰ পৰা এই আঁচন কাৰ্যকৰী হ'ব। পেট্ট’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সক্রিয়া পি এন জি সংযো...

August 19, 2026 11:25 AM

views 15

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা— এন টি এই ইয়াৰ পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শিক্ষা মন্ত্রালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালিজাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চাৰিত্ৰৰপীয়া নিৰীক্ষণ ...

August 19, 2026 11:22 AM

views 9

ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি পীয়ুষ গোৱেলৰ প্ৰকাশ

ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশি দিয়া ভাষণত শ্রীগোৱেলে কয়, যে ভাৰত আৰু জাপানে ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চল...

August 14, 2026 12:04 PM

views 41

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা

নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। নেডাৰলেণ্ডছত হ'বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেল্‌ছ, ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্রুপতে আছে। কাইলৈ বিয়লি চাৰে চাৰি বজাত ভাৰতৰ পুৰুষ দলটো প্ৰথমখন খেলত ৱেল্‌ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, ১৭ আগষ্টত ইংলে...

August 14, 2026 12:03 PM

views 27

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুস্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ-বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰ...

August 14, 2026 12:00 PM

views 111

কাইলৈ ৮০সংখ্যক স্বাধীনতা দিৱস; খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

সমগ্র দেশে কাইলৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্রহণ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।