ৰাষ্ট্ৰীয়

August 14, 2026 11:59 AM

views 39

ৰাজ্যৰ প্ৰতিখন জিলাতে ৰূপায়ণ হৰ ঘৰ তিৰংগা অভিযান; গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰ হৰ ঘৰ তিৰংগা যাত্ৰাত অংশগ্রহণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি ৫ বজাত হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰিব। আনহাতে, ডিব্ৰুগড়ৰ টে...

August 14, 2026 11:56 AM

views 17

অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰা, ডাঃ ৰণোজ পেগু আৰু কেইবাটাও সংগঠনৰ বৈঠক

ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জি...

August 14, 2026 9:58 AM

views 43

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া ৭ বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব । দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব।  হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ...

August 14, 2026 9:54 AM

views 14

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে ১৫ ছেপ্তেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব।  অৱশ্যে বিয়লি ৫ বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি...

August 14, 2026 9:52 AM

views 29

সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছত কালি বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়।  অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাৰ কাম-ক...

August 14, 2026 9:50 AM

views 26

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, জে পি নাড্ডা, ড০ এছ জয়শংকৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্রহণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে কালি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্রহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্রী অমিত শ্বাহে কয়, যে এই অভিযানে প্ৰতিগৰাকী ভাৰ...

August 13, 2026 9:22 PM

views 15

নতুন দিল্লীত আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ সামৰণি

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কর্মশালাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা ১৬০ গৰাকীৰো অধিক প্ৰতিনিধিয়ে অংশগ্রহণ কৰে। মন্ত্ৰ্যালয়ে জনোৱা মতে কর্মশালাত এই অভিযান অধিক শ...

August 13, 2026 9:17 PM

views 9

সংসদৰ উভয় সদনৰ কাৰ্যক্রমণিকা অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ উভয় সদনৰ কাৰ্যক্রমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বর্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদার্থ উন্নয়ন আৰু নিয়ন্ত্রণ সংশো...

August 13, 2026 9:13 PM

views 11

নতুন দিল্লীত কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীৰ সংবাদমেল

কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে সংসদত আজি গৃহীত হোৱা খনি আৰু খনিজ পদার্থ (উন্নয়ন আৰু নিয়ন্ত্রণ) বিধেয়কখনে ৰাজ্যৰ অধিকাৰ সমূহৰ লগতে বৰ্তমানৰ ৰাজহ ব্যৱস্থাৰ গাঠনিৰ ওপৰত কোনো প্রভাব নেপেলায় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্রী ৰেড্ডীয়ে কয়, যে এই বিধেয়কখনে প্রধান খনিজ পদার্থসমূ...

August 13, 2026 9:09 PM

views 13

কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীয়ে আজি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত গৃহমন্ত্রী অমিত শ্বাহে কয়, যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।