ৰাষ্ট্ৰীয়

August 12, 2026 8:18 PM

views 15

ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হিচাপে কাম কৰা উচিত বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক অথবা চালিকাশক্তি হিচাপে কাম কৰা উচিত বুলি মন্তব্য কৰিছে। ব্ৰিকছ সদস্য দেশসমূহৰ ব্যক্তিগত মূলধন সংগ্ৰহৰ ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকৰ ভূমিকা শীর্ষক এখন আলোচনা চক্ৰত অংশগ্রহণ কৰি বিত্তমন্ত্রী...

August 12, 2026 8:15 PM

views 22

সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছাত্র-ছাত্রীৰ প্রতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী শ্বাহে কয়, যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূর্ণ সাজু। শ্রী শ্বাহে...

August 12, 2026 8:13 PM

views 13

একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত

নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠি চালনা আৰু আন একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিয়লি ৩ বজাত বিৰোধীৰ হুলস্থূলৰ মাজতে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্রণ) সংশোধনী বিধেয়ক ...

August 12, 2026 11:36 AM

views 36

দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত অসমৰ ১৫খন জিলা

দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫ খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ ১৫খন জিলাও আছে। লগতে ৰাজ্যৰ ২৪ খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্য মন্ত্রী কীর্তি বর্ধন সিঙে এই...

August 12, 2026 10:15 AM

views 31

নতুন দিল্লীত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দৰ আত্মজীৱনী “Triumph of the Indian Republic: My Life, My Struggles” উন্মোচন কৰিব। আত্মজীৱনীখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বিৱৰণ দাঙি ধৰা হৈছে।  শৈশৱৰে পৰা তেওঁৰ অভিজ্ঞতা, সংগ্ৰাম আৰু সাফল্যৰ লগতে দেশৰ...

August 12, 2026 10:12 AM

views 19

কেৰালাৰ নাম সলনি কৰিবলৈ ৰাজ্যসভাত কেৰালা (নাম সলনি) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাজ্যসভাত কেৰালাৰ নাম সলনি কৰিবলৈ কেৰালা (নাম সলনি) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। কালি লোকসভাই বিধেয়কখন গৃহীত কৰিছিল। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (সংশোধনী) বিধেয়ক, ২০২৬ বিবেচনা আৰু গৃহীত কৰাৰ বাবেও গ্ৰহণ কৰাৰ সম্ভাৱনা ...

August 12, 2026 10:08 AM

views 31

উত্তৰাখণ্ডৰ চাৰি ধাম যাত্ৰাৰ দ্বিতীয় পর্যায়ত কেদাৰনাথ আৰু বদ্রীনাথ ধামত ভক্তৰ পূজা-অৰ্চনা

বাৰিষাৰ বতৰ সত্ত্বেও উত্তৰাখণ্ডৰ চাৰি ধাম যাত্ৰাত ভক্তসকলে উৎসাহেৰে ভাগ লৈছে। এই যাত্ৰাৰ দ্বিতীয় পর্যায়তো ভক্তসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ কেদাৰনাথ আৰু বদ্রীনাথ ধামত পূজা-অৰ্চনা কৰা কাম অব্যাহত ৰাখিছে। শ্ৰীবদ্রীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ হেমন্ত দ্বিৱেদীয়ে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ প্ৰ...

August 12, 2026 10:05 AM

views 35

কলম্বিয়াৰ প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০জন লোকৰ মৃত্যু

কলম্বিয়াত প্রচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ এই প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷  উল্লেখযোগ্য যে সোমবাৰে প...

August 12, 2026 10:02 AM

views 41

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ৱানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।  গ্ৰুপ পৰ্যায়ত নর্থ ইষ্ট ইউনাইটেডে তিনিখন খেলতে জয়লাভ কৰ...

August 12, 2026 9:58 AM

views 24

নেচনেল বেংক অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত স্পেইনৰ ৰাফেল জ’ডাৰ

নেচনেল বেংক অপেন টেনিছ প্রতিযোগিতাত ২০ সংখ্যক বাছনিপ্ৰাপ্ত স্পেইনৰ ১৯ বছৰীয়া খেলুৱৈ ৰাফেল জ’ডাৰে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জ’ডাৰে ফ্ৰান্সৰ আৰ্থাৰ ফিলছক ৭-৬ (৫), ৬-৩ ফলাফলত পৰাস্ত কৰে।  চলিত বৰ্ষটো ৰেংকিঙত ১৬৮ সংখ্যক স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।