ৰাষ্ট্ৰীয়

July 15, 2026 8:31 PM

views 7

সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সমাজৰ বৃহত্তৰ কল্যানৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি শুশ্রুতম ২০২৬ শীর্ষক আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুর্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা ...

July 15, 2026 2:26 PM

views 6

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে ভাৰতৰ মূল শক্তি হৈছে ইয়াৰ যুৱ শক্তি। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীবিৰলাই কয়, যে শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম হৈছে বিকশিত ভাৰত লক্ষ্যৰ এটা শক্তিশালী আন্তঃগাঁথনি। বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে শ্রীবিৰল...

July 15, 2026 2:23 PM

views 7

ভাৰত-ব্রিটেইনৰ বাণিজ্য চুক্তি ভাৰতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য

আজিৰেপৰা বলবৎ হোৱা ভাৰত আৰু ব্রিটেইনৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি ভাৰতৰ অর্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শ্রী সিঙে কয়, যে নতুন চুক্তিয়ে ৰপ্তানি বৃদ্ধি কৰাৰ লগতে ক্ষুদ্র, ...

July 15, 2026 2:16 PM

views 5

ভাৰত-ব্রিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ ফলত নতুন ক্ষেত্ৰৰ সূচনা হ’ব : মন্ত্রী পীয়ুষ গোৱেল

ভাৰত আৰু ব্রিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰেপৰা কাৰ্যকৰী হোৱাৰ ফলত বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱন ক্ষেত্ৰত নতুন ক্ষেত্ৰৰ সূচনা হ'ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেলে প্ৰকাশ কৰিছে। এখন ইংৰাজী দৈনিক কাকতত প্রকাশিত এটা নিৱন্ধত শ্রী গোৱেলে কয়, যে মুক্ত বাণিজ্য চুক্তিয়ে ব্যৱসায়িক ক্ষেত্ৰত ন...

July 15, 2026 12:49 PM

views 8

আজিৰে পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন

ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ হকে নির্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্রী তথা উচ্চপদস্থ বি...

July 15, 2026 12:48 PM

views 12

স্পেইন ভ্রমণ সামৰি কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত পীয়ুষ গোৱেল

স্পেইন ভ্রমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত হয়। ভাৰত-ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধিৰ দলো গৈছে আৰু এই দলটোৱে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ...

July 15, 2026 12:36 PM

views 25

আজিৰে পৰা ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি বলবৎ

ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা বলবৎ হৈছে। একে সময়তে ডাবল কনট্রিবিউচন কনভেনচন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। বৃটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক...

July 14, 2026 9:03 PM

views 8

নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি ৰণধীৰ জয়ছৱালৰ প্ৰকাশ

নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰি নিৰাপদ আৰু নিৰ্বিঘ্নে নৌ পৰিবহন তথা হৰমুজ প্রণালীৰ মাজেৰে বাণিজ্যিক প্ৰবাহৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সমগ্ৰ বিশ...

July 14, 2026 8:20 PM

views 6

কৃত্রিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি ড০ মনসুখ মাণ্ডাভিয়াৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। হায়দাবাদত অনুষ্ঠিত ব্ৰিকছ ফ'ৰামত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই এইদৰে উল্লেখ কৰে। ড০ মাণ্ডাভিয়াই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত থকা পদক্ষেপসমূহ সন্দৰ্ভত গুৰুত...

July 14, 2026 12:58 PM

views 13

চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আপৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইনক গ্ৰেপ্তাৰ

২০২০ চনৰ উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আম আদমী পার্টিৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন চাৰিজনক দিল্লীৰ এখন আদালতে দোষী সাৱস্ত্য কৰিছে। অতিৰিক্ত চেচন ন্যায়াধীশ প্রবীণ সিঙে হুছেইনকে ধৰি মুঠ ১১ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্র...