ৰাষ্ট্ৰীয়

July 14, 2026 12:52 PM

views 6

ওভতাই অনা হৈছে ভিয়েটনামত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ

ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ ওভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইন্সৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে, মুম্বাইৰ পৰা অন্ধ্র প্রদেশ...

July 14, 2026 12:46 PM

views 5

UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতৰ নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ-UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয় যে বিশ্বই ক্রমবর্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন ...

July 14, 2026 12:43 PM

views 21

NEET (UG) 2026ৰ পুনঃপৰীক্ষাৰ OMR শ্বীট আৰু উত্তৰ মুকলি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET (UG) 2026 পুনঃ পৰীক্ষাৰ OMR শ্বীট সক্ৰিয় কৰি প্ৰাৰ্থীসকলৰ সঁহাৰি অফিচিয়েল ৱেবছাইট neet.nta.nic.in ত অন্তর্ভুক্ত কৰিছে। সংস্থাটোৱে কয় যে, প্রার্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ দ্বাৰা চিহ্নিত উত্তৰসমূহ স্ক্যানাৰৰ সৈতে তুলনা কৰিব পাৰে।...

July 14, 2026 12:33 PM

views 16

কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলৰ স্পেইনৰ উপ-ৰাষ্ট্ৰপতি কার্লোছ কোয়েপো কাবালেৰোক সাক্ষাৎ

কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেলে কালি স্পেইন চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি তথা অর্থনীতি, বিণিজ্য আৰু ব্যবসায় মন্ত্রী কার্লোছ কোয়েপো কাবালেৰোক সাক্ষাৎ কৰি স্পেইনত আনুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী গোৱেলে কয়, যে তেওঁলোক দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্ত...

July 13, 2026 8:31 PM

views 12

ভাৰত আৰু জাপানে মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰিছে

ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। টকিঅ’ত অনুষ্ঠিত অষ্টম প্ৰতিৰক্ষা নীতি আলোচনাত উভয় ৰাষ্ট্ৰই সাম্প্ৰতিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিবেশ আৰু পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিভিন্ন বিষয় সম্পর্কে ব্যাপক...

July 13, 2026 8:27 PM

views 9

নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ’ব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ’ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে এটা ৰায় দিয়ে। অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰাৰ বিদেশী ঘোষিত ২৭ জন ব্যক্তিৰ এখন আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ ...

July 13, 2026 8:30 PM

views 14

ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ গঠন কৰা এছ আই টিক উচ্চতম ন্যায়ালয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ

ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান দল এছ আই টিক আজি উচ্চতম ন্যায়ালয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অযোধ্যাৰ ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাত্ৰ অভিযোগৰ চিবিআই তদন্ত বিচাৰি দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰক...

July 13, 2026 8:20 PM

views 7

ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় এন আৰ আইসকলক সামৰি লব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ব্যৱস্থাপক সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তেওঁ ধন আহৰণৰ গতি অব...

July 13, 2026 8:17 PM

views 15

জগন্নাথ ৰথ যাত্ৰাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে

ওড়িশাৰ পুৰীত অহা ১৬ জুলাইত হ'বলগীয়া বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে। বর্তমান ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ‘স্নান পূৰ্ণিমাৰ পাছত পষেকজোৰা ‘আনাছাৰা'ত আছুতীয়াকৈ আছে, য'ত শ্রীমন্দিৰৰ ভিতৰত ৰাজ বৈদ্যসকলে পৰম্পৰাগত বনৌষধি চিকিৎসা প্রদান ক...

July 13, 2026 8:14 PM

views 14

লোকসভাৰ অধ্যক্ষ ওম বিৰলাকনিউজিলেণ্ডৰ গ্ৰাম্য সম্প্রদায় মন্ত্ৰী মার্ক পেটাৰ্ছনৰ নেতৃত্বৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

নিউজিলেণ্ডৰ গ্ৰাম্য সম্প্রদায় মন্ত্ৰী মার্ক পেটাৰ্ছনৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রীবিৰলাই কয় যে এই বৈঠকত সংসদীয় বিনিময় সুদৃঢ় কৰা আৰু ভাৰত আৰু নিউজিলেণ্ডৰ ঐতিহাসিক সম্পৰ্ক আৰু অধিক সমৃদ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।