September 14, 2026 9:26 PM
33
দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি
দেশৰ পাইকাৰী মূল্য সূচকাংক (WPI) ভিত্তিক মুদ্রাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বার্ষিক ভিত্তিত এই সূচকাংক জুলাইৰ ৯.৭৮ শতাংশৰ পৰা বৃদ্ধি পাই আগষ্টত ৯.৯২ শতাংশ হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা মাহত খনিজ তেল, খাদ্য সামগ্রী, খাদ্য সামগ্রী, মৌলিক ধাতু, খাদ্য-বহির্ভূ...