ৰাষ্ট্ৰীয়

July 13, 2026 8:10 PM

views 9

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠৰ

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু সৈনিক স্কুল সমূহৰ বিষয়ে অৱগত কৰে। উপ ৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাত্ৰ সময়ত ৰাষ্ট্ৰ গঠনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱদানক প্ৰশংসা কৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত কেডেট এক্সে...

July 13, 2026 8:06 PM

views 10

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত বাছ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ মেলোৰত সংঘটিত এটা বাছ দুৰ্ঘটনাত আজি ৬জন লোকৰ মৃত্যু হয়। কোট্টামবাট্টি পথত দুখন বাছে মুখামুখিকৈ খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতভাৱে আঘাতপ্ৰাপ্ত ৭ জন আৰু কমকৈ আঘাতপ্রাপ্ত আন ১৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তামিলনাডুৰ মুখ্য মন্ত্ৰী ছি যোশেফ বিজয়ে নিহতসকলৰ পৰ...

July 13, 2026 6:19 PM

views 17

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আ...

July 13, 2026 6:05 PM

views 9

লক্ষ্ণৌ-কাণপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি বিয়লি লক্ষ্ণৌ-কাণপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ কৰিব। তেওঁলোকে পথছোৱা পৰিদৰ্শন কৰি উন্নাৱৰ ৪৯ কিলোমিটাৰত পথছোৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ৬টা লেনযুক্ত এই এক...

July 13, 2026 5:59 PM

views 7

প্রাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে মূল্যবোধ ভিত্তিক ৰাজনীতি আৰু জন-জীৱনত যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ আহ্বান জনাইছে

প্রাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে মূল্যবোধ ভিত্তিক ৰাজনীতি আৰু জন-জীৱনত যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ আহ্বান জনাইছে। ৰাজনৈতিক দল সলনি কৰাৰ পূৰ্বে নেতাসকলে মতাদৰ্শৰ প্ৰতি দায়বদ্ধ হৈ থাকিহে নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলিও শ্রী নাইডুৱে মন্তব্য কৰে। এই বিষয়ত ৰাষ্ট্ৰীয় বিতৰ্কৰ সুবিধাৰৰ্থে...

July 13, 2026 5:55 PM

views 11

অহা ২৬ জুলাইত ১৩৬ সংখ্যক খণ্ডৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ- বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৬ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ ১৮০০-১১-৭৮০০ নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই ...

July 13, 2026 5:52 PM

views 4

আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে দেওবাৰে থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে

আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে কালি থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ম্যানমাৰৰ প্ৰাক্তন কাউঞ্চেলৰ আং চান চ্যু কিৰ বৰ্তমানৰ স্থিতি আৰু আঞ্চলিক শান্তি পৰিকল্পনা ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। ২০২১ চনৰ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমব...

July 13, 2026 5:50 PM

views 9

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ’ব

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ'ব। দুৰ্ঘটনাটোত মৃত্যু হোৱা ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ভিয়েটনাম এয়াৰলাইন্সৰ VN 979 বিমানখনেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সামাজি...

July 13, 2026 12:40 PM

views 8

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ য়ানিক ছিনাৰৰ খিতাপ জয়

বিশ্বৰ শীর্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেৰভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছ...

July 13, 2026 12:35 PM

views 23

আন্তঃৰাষ্ট্ৰীয় পদার্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ’ ২০২৬ত ৫গৰাকী ভাৰতীয় ছাত্রৰ সোণৰ পদক লাভ

কলম্বিয়াৰ বুকাৰামংগাত অনুষ্ঠিত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদার্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ' ২০২৬ত পাঁচগৰাকী ভাৰতীয় ছাত্রই সোণৰ পদক লাভ কৰিছে। এই যুৱ পদার্থ বিজ্ঞানীসকলে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুনেৰ কনিষ্ক জৈন, ইন্দোৰৰ ৰিদ্ধেশ অনন্ত বেণ্ডেলে, নতুন দিল্লীৰ ঋষিত গাৰ্গ, মুম্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।