ৰাষ্ট্ৰীয়

July 11, 2026 8:58 PM

views 14

যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হৈছে এগৰাকী মহান স...

July 11, 2026 8:28 PM

views 17

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাৱহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়...

July 11, 2026 8:27 PM

views 24

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। ২১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত ৩২ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪ জন চালক আছিল। হ’ন মে ৰুট নাগই দ্বীপৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্ব...

July 11, 2026 8:11 PM

views 17

‘‘বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে’’-জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয়, যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰ...

July 11, 2026 8:11 PM

views 10

গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিতঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে ১৮ সংখ্যক বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্রশিক্ষণ কাৰ্যসূচী ...

July 11, 2026 8:11 PM

views 19

দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ৪টা দশকৰ বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্রমণে দ্বিপাক্ষিক সম্পর্ক গুৰুত্বপূৰ্ণ অগ্রগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্রী মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্ৰী...

July 11, 2026 8:00 PM

views 20

ভাৰতীয়মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভঃ প্রধানমন্ত্ৰী মোদী

ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অতিজৰে পৰা চলি অহা বন্ধুত্ব, সার্ব...

July 11, 2026 10:35 AM

views 19

Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট ‘মহেন্দ্ৰগিৰি’ F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব

ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙৰ উপস্থিতিত এটা বিশেষ অনুষ্ঠানত ইয়াৰ ষষ্ঠ Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট 'মহেন্দ্ৰগিৰি' F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব। এই নতুন যুদ্ধজাহাজখনৰ অন্তর্ভুক্তি ভাৰতৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা নির্মাণ আৰু স্বদেশী সক্ষমতা বৃ...

July 11, 2026 10:31 AM

views 13

নতুন দিল্লীত গ্রন্থ মুকলি অনুষ্ঠানত ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱালৰ অংশগ্ৰহণ

বিজ্ঞান আৰু সমাজ একেলগে বিকশিত হোৱাৰ ফলস্বৰূপে প্রযুক্তি বৰ্তমান মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱালে নতুন দিল্লীত কালি অনুষ্ঠিত গ্রন্থ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ভাষণ দি কয়, যে কৃত্রিম বুদ্ধিমত্তা সুযো...

July 11, 2026 10:23 AM

views 13

কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

দেশৰ উপকূলীয় নিৰাপত্তা সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে বন্দৰ নিৰাপত্তা-বি অ' পি এছ স্থাপনৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনাৰ হকে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এইদৰে কয়। শ্রী শ্বাহে লগতে কয়, যে কেরল অনুজ্ঞা পত্র থকা ব্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।