ৰাষ্ট্ৰীয়

July 10, 2026 7:03 PM

views 12

প্রধানমন্ত্ৰী মোদীয়ে ৩ খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্ট’ফাৰ লাকছনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত দুয়োগৰাকী নেতাই বিশেষকৈ শেহতীয়া দুবছৰত বাণিজ্য আৰু প্ৰতিৰক্ষা খণ...

July 10, 2026 7:13 PM

views 14

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁ...

July 10, 2026 10:32 AM

views 14

E85 ইন্ধন প্ৰৱৰ্তন কৰা সন্দৰ্ভত পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে E85 ইন্ধন প্ৰবৰ্তন কৰাৰ পৰিকল্পনা কৰা বুলি আৰু ইয়াৰ মূল্য E-20 পেট্রলৰ তুলনাত প্রতি লিটাৰত ২০ টকা কম হ'ব বুলি কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে E85 ইন্ধন অকল এই ইন্ধন ব্যৱহাৰৰ উপযোগীকে নিৰ্মাণ কৰা বাহনৰ বাবেহে উপলব্ধ হ'ব। মন্ত্ৰীগৰাকীয়ে ...

July 10, 2026 10:28 AM

views 17

কুৱেইট ভ্রমণ সামৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ ওমানত উপস্থিত

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কুৱেইট ভ্রমণ সামৰি ওমানত উপস্থিত হৈছে। ওমানৰ বিদেশ মন্ত্ৰ্যালয়ৰ সঞ্চালক প্রধান শ্বেইখ আহমেদ অল মছকাৰীয়ে তেওঁক বিমান বন্দৰত আদৰণি জনায়। ড° জয়শংকৰ ওমান ভ্রমণ সামৰি নিউয়র্কলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ২০২৮-২৯ কাৰ্যক...

July 10, 2026 10:26 AM

views 8

‘সংঘাতজনিত যৌন হিংসা’ক ভাৰতৰ কঠোৰভাৱে গৰিহণা

ভাৰতে 'সংঘাত জনিত যৌন হিংসা'ক কঠোৰভাৱে গৰিহণা জনাইছে। ভাৰতে ইয়াক যুদ্ধ, সন্ত্রাস, নির্যাতন আৰু ৰাজনৈতিক দমন-পীড়নৰ অস্ত্ৰ হিচাপে বৰ্ণনা কৰিছে, যাৰ জৰিয়তে মানুহৰ ওপৰত কষ্ট জাপি দিয়া হয়। 'সংঘাত সম্পর্কীয় যৌন হিংসা' বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিন...

July 10, 2026 10:22 AM

views 15

সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত গৃহমন্ত্রী অমিত শ্বাহৰ ভাষণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতর্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্রকাশ কৰিছে। নতুন দিল্লীত কালি সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রাণবন্ত গাঁও কাৰ্যসূচীৰ অধীনত প্ৰব্ৰজন ৰোধ কৰাৰ লগত...

July 10, 2026 10:18 AM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণৰ অন্তিম পর্যায়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্রমণ অন্তিম পর্যায়ত উপনীত হৈছে। অষ্ট্ৰেলিয়া ভ্রমণ সামৰাৰ পূর্বে শ্রীমোদীয়ে আজি মেলবর্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্রধানমন্ত্রীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনোৱা মতে,  শ্রীমোদীয়ে আজি দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰ...

July 9, 2026 9:16 PM

views 9

ভাৰত-ইণ্ডোনেছিয়াৰ মাজত ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইণ্ডোনেছিয়াই ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে। যাৰ অধীনত ভাৰতে ইণ্ডোনেছিয়াক শব্দতকৈ বেগি ক্ষেপনাস্ত্র যোগান ধৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র টুহিন সিনহাই কয়, যে ফিলিপাইনছ আৰু ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়া ভাৰতে ব্ৰাহ্মছ চুক্তি স্বাক্ষৰ কৰা তৃ...

July 9, 2026 9:08 PM

views 11

আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে বঁটা লাভ

যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰ সংযোগ বিভাগৰ সমৃদ্ধ গ্রাম ধবজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ ২০২৬ লাভ কৰাৰ বাবে সন্তুষ্টি প্রকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰ...

July 9, 2026 9:02 PM

views 7

নতুন দিল্লীত সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰিছে। এই সন্মিলনখনত জম্মু-কাশ্মীৰ, পঞ্জাব, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূবৰ ৰাজ্যকে ধৰি সীমান্তৱৰ্তী ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ আৰক্ষী অধীক্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।