ৰাষ্ট্ৰীয়

September 12, 2026 4:56 PM

views 20

প্রধানমন্ত্রী ‘কিষাণ মান ধন যোজনা’ৰ ৭বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী কিষাণ মান ধন যোজনাই ৭বছৰ সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১১ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলি পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত ৬০ বছৰ পাৰ কৰা কৃষকসকলক তিনি হাজাৰ টকাকৈ পেন্সন দি অহা হৈছে। ইয়...

September 12, 2026 4:53 PM

views 11

শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে দেশবাসীলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শুভেচ্ছা

শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী শ্বাহে কয়, যে শ্ৰী গুৰুগোবিন্দ সিঙে শ্ৰীগুৰু গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন – জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে।...

September 12, 2026 4:51 PM

views 15

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ’বঃ প্ৰহ্লাদ যোশী

ব্ৰিক্‌ছ সন্মিলন ২০২৬-ত দেশৰ উচ্চশিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ'ব। সামাজিক মাধ্যমযোগে কেন্দ্রীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ব্ৰিক্‌ছ সন্মিলনৰ আপাহতে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাটো দেশৰ বাবে অতি গৌৰৱৰ বিষয়।...

September 12, 2026 4:45 PM

views 15

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক ৰাষ্ট্ৰপতি মুৰ্মুৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। ব্ৰীকচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পশ্চিম ...

September 12, 2026 4:38 PM

views 15

অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ব্ৰীকছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি দুয়োগৰাকী নেতাই দ্...

September 12, 2026 4:32 PM

views 18

নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰীকচ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰৱ, দক্ষিণ আফ্রিকা আৰু ...

September 12, 2026 11:52 AM

views 20

ব্রিকছ শীৰ্ষ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ প্ৰধান পথসমূহত যান-বাহনৰ চলাচলৰ দিশ সলনি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্রিকছ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱা ৯.৩০ বজাৰ পৰা নিশা ৯ বজালৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰধান পথসমূহত যান-বাহনৰ চলাচল চলাচলৰ দিশ সলনি কৰা হ'ব। যাত্ৰীসকলক যাত্ৰাৰ পূৰ্ব পৰিকল্পনা কৰাৰ লগতে হাতত অতিৰিক্ত সময় লৈ ওলাবলৈ যান বাহন আৰক্ষীয়ে পৰামৰ্শ দিছে। লগতে সম্ভৱপৰ সক...

September 12, 2026 11:04 AM

views 29

জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ মোকিত চলি থকা জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা ৯.৪৫ বজাত খেলখন আৰম্ভ হ'ব। কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানক ১৯-০ ব্যৱধানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰে। তিনিখন খেলত আকর্ষণীয় জয় আৰু...

September 12, 2026 11:03 AM

views 15

প্রধানমন্ত্রী কিষান মানধন যোজনাৰ সাত বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী কিষান মানধন যোজনাই সাত বছৰ সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১১ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলি পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত ৬০ বছৰ পাৰ কৰা কৃষকসকলক তিনি হাজাৰ টকাকৈ পেন্সন দি অহা হৈছে। ই...

September 12, 2026 11:01 AM

views 38

প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰীয়া)ৰ দ্বিতীয় পৰ্যায়ত ১৮ লাখ ৭৭ হাজাৰ বাসগৃহত অনুমোদন

চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ১৮ লাখ ৭৭ হাজাৰ বাসগৃহত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে এই আঁচনিখনৰ ৰূপায়ণ অধিক ত্বৰান্বিত কৰাৰ লগতে নগৰাঞ্চলত ‘সকলোৰে বাবে গৃহ'ৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷ যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় অনুমোদন তথা নিৰীক্ষণ সমিতিৰ নৱম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।