ৰাষ্ট্ৰীয়

August 13, 2026 5:42 PM

views 20

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ২০ জুলাইত আৰম্ভ হোৱা সংসদৰ এই ২৫ দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ ১৯ দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিবেশনত লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশ...

August 13, 2026 5:15 PM

views 15

চি বি এছ ই-ৰ চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে ডিজি ল’কাৰ ৰিজালটিই প'ৰ্টেলৰ জৰিয়তে results.digilocker.gov.in.-ত ফলাফলসমূহ চাব পাৰিব।

August 13, 2026 5:13 PM

views 16

সংসদৰ উভয় সদনৰ বৈদেশিক বৰঙণি নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন

সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা- নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰাৰ বাবে অনুমোদন দিছে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বৈদেশিক বৰঙণি নিয়ন্ত্রণ আইন ২০১০ৰ সংশোধন কৰা। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিধেয়কখন অধিক আলোচনাৰ বা...

August 13, 2026 5:04 PM

views 23

যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ মত-বিনিময়

  যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কার্যসূচীত দিয়া ভাষণত শ্রী নাড্ডাই যক্ষ...

August 13, 2026 4:13 PM

views 17

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত হ'বলগীয়া গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। বড়োলেণ্ড এফ চিয়ে আজিৰ খেলখনত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক ব...

August 13, 2026 4:30 PM

views 40

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে উজনি অসমৰ ভিন্ন অঞ্চলত বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্...

August 13, 2026 3:33 PM

views 34

অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও ৭ খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে

অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও ৭ খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্রতিক বানত ৪৩৩ খন গাঁৱৰ ৮৬ হাজাৰ ৮৩২ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৮৮৪ দশমিক ২-৭ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ হৈছেগৈ। অসম চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গো...

August 13, 2026 5:42 PM

views 23

১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে ২০২৪ ব...

August 13, 2026 11:47 AM

views 34

ৰাষ্ট্ৰপতি মুৰ্মুৱে ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশিপ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কিছু সময়ৰ পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত ১১৫ গৰাকী শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ ...

August 12, 2026 8:22 PM

views 20

হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত ৫০ হাজাৰৰো অধিক গছপুলি ৰোপণ

ভাল বৰষুণ আৰু অধিক শস্য উৎপাদনৰ বাবে ভগৱানৰ পৰা আশীষ বিচাৰি পালন কৰা হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত ৩১খন ৰাজ্যত ৫০ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্রামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকাশ মিত্ৰ সহযোগত এই গছপুলি ৰোপণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।