ৰাষ্ট্ৰীয়

September 2, 2026 8:59 PM

views 15

২০২৪ বৰ্ষৰ টেনজিং নৰ্গেলৈ ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা ঘোষণা

২০২৪ বৰ্ষৰ টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা ঘোষণা কৰা হৈছে। দেশৰ বিভিন্ন খণ্ডৰ দুঃসাহসিক ক্রীড়াসমূহত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। দুঃসাহসিক জলক্রীড়াৰ বাবে ৰিমু সাহা আৰু জীৱনযোৰা সাফল্যৰ শাখাত শিৱপ্ৰসাদ চামোলিলৈ এই বঁটা আগবঢ়োৱা হৈছে। আনহাতে দুঃসাহসিক স্থলক্রীড়া শাখাত বলজিত...

September 2, 2026 8:52 PM

views 17

দেশৰ শক্তি সুৰক্ষা – ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িতঃ ড০ জীতেন্দ্র সিঙ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্রী ড০ জীতেন্দ্র সিঙে দেশৰ শক্তি সুৰক্ষা - ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত পি এইচ ডি চেম্বাৰ্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয়...

September 2, 2026 6:17 PM

views 14

ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘আমাৰ মাটি আমাৰ নায়ক’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বৈঠক

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াৰ সভাপতিত্বত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আমাৰ মাটি আমাৰ নায়ক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ এই কাৰ্যসূচীৰ সঠিক ৰূপায়ণ, পৰ্যবেক্ষণ, আৰু পৰিকল্পনা সুনিশ্চিত কৰাৰ বাবে জিলা পৰ্যায়ৰ সমিতিৰ সদস্যসকলক সহযোগ...

September 2, 2026 5:58 PM

views 16

৩দিনীয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ইউক্রেন আৰু পোলেণ্ডলৈ যাব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইউক্রেন আৰু পোলেণ্ডলৈ যাব। এই ভ্রমণকালত ড° জয়শংকৰে ইউক্ৰেনৰ বিদেশ মন্ত্ৰী আন্দ্ৰী ছিবিহা আৰু পোলেণ্ডৰ উপ প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ৰাডোস্লাভ ছিক'ৰক্সিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ ...

September 2, 2026 5:48 PM

views 12

প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিতঃ ভূপেন্দ্ৰ যাদৱ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিত। নতুন দিল্লীত ‘বাঘৰ প্ৰাকৃতিক বাসস্থান : সংৰক্ষণ, জৈৱ অৰ্থনীতি আৰু জীৱিকা তথা আয়ৰ স্তম্ভ হিচাপে পৰিৱেশ পর্যটন' শীর্ষক ২ দিনীয়া আন্তঃ...

September 2, 2026 5:41 PM

views 13

ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংঙ্গী আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সাৰ্বভৌমত্ব আৰু ভৌগালিক অখণ্ডতাৰ নীতিৰ ওপৰত আধাৰিতঃ পবিত্ৰ মাৰ্ঘেৰিটা

ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংঙ্গী আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সার্বভৌমত্ব আৰু ভৌগালিক অখণ্ডতা, সামুদ্ৰিক আৰু আকাশী পথৰ স্বতন্ত্রতা, বৈধ ব্যৱসায় আৰু বিবাদৰ শান্তিপূর্ণ সমাধানৰ ওপৰত আধাৰিত বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে। পাল...

September 2, 2026 5:36 PM

views 21

ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাৰ এশ্বভিন্নত অনুষ্ঠিত জি-২০ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভনৰসকলৰ বৈঠকত অংশ লোৱাৰ সময়তে ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় অর্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্ব শক্...

September 2, 2026 5:23 PM

views 26

নেপালৰ বিধবংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১,১০০ অতিক্ৰম

নেপালৰ বিধবংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ এহেজাৰ ১০০ অতিক্ৰম কৰিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে যোৱা সপ্তাহৰ ভয়াবহ বানে উটুৱাই নিয়া ১,১১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দক্ষিণ চিত্ৰবন জিলাৰ পৰা সৰ্বাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। ব...

August 22, 2026 12:59 PM

views 33

DAY-NRLMৰ আৰু তিনি মাহৰ বাবে ঔদ্যোগীকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পর্যায় আৰম্ভ

দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্রীয় গ্রাম্য জীৱিকা অভিযান- DAY-NRLM ৰ অধীনত কালিৰ পৰা চলিত বৰ্ষৰ ২১ নৱেম্বৰলৈ কেন্দ্ৰীয় চৰকাৰে আৰু তিনি মাহৰ বাবে ঔদ্যোগীকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পর্যায় আৰম্ভ কৰিছে। গ্রামোন্নয়ন মন্ত্র্যালয়ে কয়, যে এই অভিযানে মহিলাৰ ঔদ্যোগীকৰণ শক্তিশালী কৰিব আৰু ছয় কোটি লাখপতি বা...

August 22, 2026 1:00 PM

views 32

৫ ছেপ্তেম্বৰত ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ ৫ তাৰিখে ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষা মন্ত্র্যালয়ে জনোৱা অনুসৰি বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা পৰ্যায়ৰ বাচনি প্ৰক্ৰিয়াৰ জৰিয়তে এই শিক্ষকসকলক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।