দিল্লী আৰক্ষীয়ে আজি যন্তৰ মন্তৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ বাবে ককৰোছ জনতা পাৰ্টী, চি জে পিৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক কৰে। আৰক্ষীয়ে কালি প্রতিবাদস্থলী হিচাপে যন্তৰ মন্তৰক ব্যৱহাৰত বাধা আৰোপ কৰিছিল। ইয়াৰ বিপৰীতে ৰামলীলা ময়দান, বুৰাৰি ময়দান আৰু চি বি ডি খেলপথাৰক নতুন প্ৰতিবাদস্থলী হিচাপে চিহ্নিত কৰিছে।
Assamese | October 13, 2026 2:40 PM | Akashvani News | Akashvani News Delhi | Delhi Police | Delhi Protest | jantar mantar
যন্তৰ মন্তৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ বাবে ককৰোছ জনতা পাৰ্টী, চি জে পিৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক